ETV Bharat / state

ৰহস্যৰ আৱৰ্তত এটা পৰিত্যক্ত ঘৰ

পকী ঘৰটোৰ কেওফালে এক জয়াল পৰিৱেশ

ৰহস্যৰ আৱৰ্তত এটা পৰিত্যক্ত ঘৰ
author img

By

Published : Jul 3, 2019, 9:57 AM IST

ঘৰটোৰ এখনেই খিৰিকী, এখনেই দুৱাৰ .. আজিলৈ কোনেও খোলা নাই ৰহস্যময় ঘৰটোৰ দুৱাৰ-খিৰিকী.. কিন্তু কিয় ? সবিশেষ চাওক এই প্ৰতিবেদনত..

ৰহস্যৰ আৱৰ্তত এটা পৰিত্যক্ত ঘৰ

ঘৰটোৰ এখনেই খিৰিকী, এখনেই দুৱাৰ .. আজিলৈ কোনেও খোলা নাই ৰহস্যময় ঘৰটোৰ দুৱাৰ-খিৰিকী.. কিন্তু কিয় ? সবিশেষ চাওক এই প্ৰতিবেদনত..

ৰহস্যৰ আৱৰ্তত এটা পৰিত্যক্ত ঘৰ
Intro:Slug-North ghy house of explosive .
----------------------------------------
👉🏾ৰহস্যৰ আৱৰ্তত এটা পৰিত্যক্ত ঘৰ ।

👉🏾জংঘলৰ মাজত আছে ঘৰটো ।

👉🏾বছৰ বছৰ ধৰি বন্ধ ঘৰটোৰ দুৱাৰ খিৰিকী

👉🏾ঘৰটোৰ এখনেই খৰিকী,এখনেই দুৱাৰ ।

👉🏾লোহাৰ দুৱাৰ খিৰিকী আজিলৈ কোনেও খোলা নাই

👉🏾পকী ঘৰটোৰ কেওফালে এক জয়াল পৰিৱেশ ।

👉🏾এসময়ত বাৰুদ ৰখাৰ বাবে ব্যৱহাৰ হৈছিল ঘৰটো ।

👉🏾অসম আন্দোলনৰ সময়ত হঠাতে বন্ধ কৰি দিয়া হয় ঘৰটোৰ দুৱাৰ খিৰিকী ।

👉🏾ঘৰটোৰ ভিতৰত এতিয়াও বাৰুদ থকাৰ সন্দেহ ।

👉🏾উত্তৰ গুৱাহাটী মধ্যমখণ্ডত আছে এই বিশেষ ঘৰটো ।Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.