ETV Bharat / state

বদৰুদ্দিন আজমলক তুলাধুনা মন্ত্ৰী ভৱেশ কলিতাৰ

author img

By

Published : Oct 9, 2020, 2:06 PM IST

আজমল জৰাফুকাৰ ৰজা আৰু হিমন্ত বিশ্ব শৰ্মা উন্নয়নৰ ৰজা এই দৰে মন্তব্য কৰে বৃহস্পতিবাৰে ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই ।

NORTH GHY AMINGAON  MINISTER BHABESH KALITA
বদৰুদ্দিন আজমলক তুলাধুনা মন্ত্ৰী ভৱেশ কলিতাৰ

গুৱাহাটী,9 অক্টোবৰঃ মন্ত্ৰী ভৱেশ কলিতাই AIUDF প্ৰধান আজমলক সমালোচনা কৰি কয় যে, দিছপুৰৰ গাদী দখলৰ সপোন সপোন হৈয়ে ৰব বদৰুদ্দিন আজমলৰ । আজমলক দিছপুৰৰ গাদী দখল কৰিব নিদিয়ে বিজেপিয়ে। বৃহস্পতিবাৰে নিশা আমিনগাঁৱত কংগ্ৰেছ আৰু AIUDFক ক্ষুৰধাৰ সমালোচনা কৰি জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই কৰে এই মন্তব্য ।

বৰ্তমানৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত জৰাফুকাৰ ৰাজনীতি কৰা আজমলক অসমৰ ৰাইজে কোনো কাৰণতে চৰকাৰ গঠন কৰিবলৈ নিদিয়ে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । কামৰূপ জিলাৰ অৰুণোদয় আঁচনিৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে নতুনকৈ ৰাজ্যত জন্ম হোৱা আঞ্চলিক দল সমূহকো সমালোচনা কৰা দেখা যায়। নতুন দল কেইটাৰ কোনোটো টায়াৰ জ্বলোৱা পাৰ্টি, কোনোটো চান্দা বিচৰা পাৰ্টি বুলিও অভিহিত কৰে মন্ত্ৰী কলিতাই ।

লগতে পঢ়কঃড্ৰাগছৰ ব্যৱসায়ত আশা কৰ্মী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.