ETV Bharat / state

মিৰ্জাত ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা - mirza

এই কৰ্মশালাত পৰিকল্পনা কৰা হয়  বিভিন্ন ধৰণৰ ৰোগৰ ঔষধ উদ্ভাৱনৰ । অনুষ্ঠানত উপস্থিত থাকে ডেপুটি ড্ৰাগ কন্ট্ৰলাৰ ডO  অজমিৰা ৰামকিচান,  ডO  অলকা শৰ্মাৰ লগতে বহুতো চিকিৎসক আৰু বিজ্ঞানী ।

মিৰ্জাত ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা
author img

By

Published : Jun 13, 2019, 11:10 PM IST

আজাৰা,১৩ জুনঃ মিৰ্জাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা । গুৱাহাটী নেচনেল ইনষ্টিটিউট অৱ ফাৰমাচিউটিকেল এডুকেচন এণ্ড ৰিৰ্চাছৰ উদ্যোগত মিৰ্জাত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা । পঞ্চমবাৰলৈ ৰাষ্ট্ৰীয় ভিত্তিত অনুষ্ঠিত হৈছে এই উদ্ভাৱন কৰ্মশালা । এই কৰ্মশালাত পৰিকল্পনা কৰা হয় বিভিন্ন ধৰণৰ ৰোগৰ ঔষধ উদ্ভাৱনৰ । অনুষ্ঠানত উপস্থিত থাকে ডেপুটি ড্ৰাগ কন্ট্ৰলাৰ ডO অজমিৰা ৰামকিচান, ডO অলকা শৰ্মাৰ লগতে বহুতো চিকিৎসক আৰু বিজ্ঞানী ।

Slug:-As_Kam_13june_national_drug_workshop_811-812_vis+bite+photo_as10020

মিৰ্জাত ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱন কৰ্মশালা ।

Ocvo..গুৱাহাটী National Institute Of Pharmaceutical Education and Researchৰ উদ্যোগত মিৰ্জাত ৰাষ্ট্ৰীয় ভিত্তিত ঔষধ উদ্ভাৱণ কৰ্মশালা । ৰাষ্ট্ৰীয় ভিত্তিত অনুস্থিত হোৱা এই কৰ্মশালা ৫ম বাৰলৈ অনুস্থিত হৈছে । এই কৰ্মশালাত বিভিন্ন ধৰনৰ ৰোগৰ ঔষধৰ উদ্ভাৱণৰ পৰিকল্পনা কৰে । এই কৰ্মশালাত উপস্থিত আছিল Deputy Drug Controller ড° অজমিৰা ৰামকিচান,ড° অলকা শৰ্মাৰ লগতে বহুতো ডক্টৰ আৰু বৈজ্ঞানিক । উল্লেখ্য যে এই উদ্ভাৱন কৰ্মশালাতে বহুতো ৰোগনিৰাময়ৰ ঔষধৰ ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.