ETV Bharat / state

জন্মভূমিত শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰ দেহ

জম্বু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল অসম সন্তান নিৰোদ শৰ্মা ৷ CRPFৰ উপ পৰিদৰ্শকৰূপে কৰ্মৰত আছিল নলবাৰীৰ নিৰোদ শৰ্মা ৷

জন্মভূমিত আহি পালে শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰদেহ
author img

By

Published : Jun 13, 2019, 8:50 PM IST

  • গুৱাহাটী বিমানবন্দৰত উপস্থিত শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰদেহ
  • জম্বু-কাশ্মীৰৰ অনন্তনাগত সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল অসম সন্তান নিৰোদ শৰ্মা
  • CRPFৰ উপ পৰিদৰ্শকৰূপে কৰ্মৰত আছিল নলবাৰীৰ নিৰোদ শৰ্মা
  • বিগত 10 বছৰ ধৰি কৰ্মৰত হৈ আছিল জম্বু-কাশ্মীৰত
  • 1991 চনত চিআৰপিএফ ত যোগদান কৰিছিল তেওঁ
  • নলবাৰীৰ বৰমাৰ দহকাউনিৰ বাসিন্দা আছিল নিৰোদ শৰ্মা
  • শ্বহীদগৰাকীক ৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধা জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে
  • আৰক্ষী CRPFৰ উচ্চপদস্থ বিষয়াসকলেও শ্ৰদ্ধা জনায়
  • বিমানবন্দৰৰ পৰা শ্বহীদগৰাকীক নিজ গৃহভূমিলৈ নিয়া হয়

Intro:মাতৃ ভূমিত আহি পালে শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰদেহ ।

Body:মাতৃ ভূমিত আহি পালে শ্বহীদ নিৰোদ শৰ্মাৰ নশ্বৰদেহ । এক হৃদয় বিদাৰক ঘটনা । জম্বু-কাশ্মীৰৰ অন্তনাগত সন্ত্ৰাসবাদৰ গুলীত শ্বহীদ এগৰাকী অসমীয়া । CRPFৰ উপ পৰিদৰ্শক ৰূপে কৰ্মৰত শ্বহীদ বিষয়া জন হৈছে নলবাৰীৰ বৰমাৰ দহকাউনিৰ নিৰোদ শৰ্মা । 1991 চনতে crpfত যোগদান শ্বহীদ বিষয়া জন 10 বছৰ ধৰি নিয়োজিত হৈ আছিল জম্বু-কাশ্মীৰত । দেশৰ হৈ প্রাণ আহুতি দিয়া নিৰোদ শৰ্মাৰ নশ্বৰদেহ বিমানযোগে বৰঝাৰ বিমানবন্দৰ আহি পোৱাৰ পিছতে বীৰ শ্বহীদ গৰাকীক অসম চৰকাৰৰ হৈ শ্ৰদ্ধা জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,মুখ্য মন্ত্ৰী প্ৰেছ উপদেষ্টা হৃষীকেছ গোস্বামি লগতে আৰক্ষী CRPF বাহিনীৰ উচ্চপদস্থ বিষয়াসকলে । বিমানবন্দৰৰ পৰা শ্বহীদ গৰাকীৰ নিজ গৃহভূমিলে নিয়া হয়।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.