সোণাপুৰ, ডিচেম্বৰ : অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷ ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিচৰে পৰাই অধিক উত্তাল হৈ পৰিছে অসমৰ পৰিস্থিতি ৷
অসমৰ ভিন্ন প্ৰান্তৰ লগতে পুৱাই ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সোণাপুৰৰ স্থানীয় লোকৰ ৷ সম্পূৰ্ণ ৰূপে বন্ধ কৰিছে 37নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ব্যাহত পৰিছে যাতায়ত চলাচল ৷