ETV Bharat / state

দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভূমিস্খলন

বিগত ৩ দিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হয় । ইপিনে এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছিল ৰাণী-গড়চুক সংযোগী পথটো ।

author img

By

Published : Jul 10, 2019, 2:42 PM IST

দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভূমিস্খলন

আজাৰা, ১০ জুলাই: গুৱাহাটীৰ দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়। ৰাণী-গড়চুক সংযোগী কইনাধৰা পথত সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলন। মঙলবাৰে পুৱা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত পাহাৰৰ মাটি খহি পৰাত নিৰ্মল দাস নামৰ এজন যুৱক আহত হোৱাৰ লগতে পৰিয়ালকেইটাৰ ৫ জনকৈ লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এই ভূমিস্খলনৰ ফলত বাসগৃহ কেইটাত থকা ২খনকৈ বাহনৰ লগতে ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হয়।

দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভূমিস্খলন

বিগত ৩ দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত এই ভূমিস্খলন সংঘটিত হয়। ইপিনে এই ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছিল ৰাণী-গড়চুক সংযোগী পথটো। আনহাতে ঘটনাস্থলীত আজাৰা আৰক্ষী,আজাৰা যানবাহন আৰক্ষী উপস্থিত হৈ শক্তি বিভাগৰ সহযোগত পথচোৱা মুকলি কৰাৰ লগতে বিদ্যুতৰ সংযোগ আদিও বিচ্ছিন্ন কৰে। উল্লেখ্য যে এই অঞ্চলটোত পুনৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে ।

Intro:দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভুমিস্খলন । কথমপি প্ৰান ৰক্ষা দুটা পৰিয়ালৰ ।Body:Vo..দ্বীপৰ বিলৰ সমীপৰ মাটিয়াত ভয়ংকৰ ভুমিস্খলন । ৰাণী-গড়চুক সংযোগী কইনাধৰা পথত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলন । পাহাহৰৰ মাটি খহি পৰিল দুটা পৰিয়ালৰ বাসগৃহত । কথমপি প্ৰান ৰক্ষা পৰিল ৫জনকৈ লোকৰ । আহত হ'ল ১জন যুৱক । যোৱা ৩দিন ধৰি আহি থকা নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হয় ভয়ংকৰ ভুমিস্খলন । আজি পুৱাৰ ভাগত পাহাৰৰ কিছু মাটি খহি আহে তাৰপিছতে হঠাৎ এটি বৃহৎ অংশ খহি পৰে এই পৰিয়ালৰ বাসগৃহত । পৰিয়ালৰ লোকে কোনোম'তে দৌৰি প্ৰান ৰক্ষা কৰে যদিও পৰিয়ালৰ নিৰ্মল দাস নামৰ এজন লোক আঘাটপ্ৰাপ্ত হয় ।

Bite1..

এই ভুমিস্খলনে নিমিখতে দুটাকৈ পৰিয়ালৰ বাসগৃহ আৱৰি ৰাখে । এই বাসগৃহতে আছিল ২খনকৈ বাহনৰ লগতে ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হয় ।

Bite2..
Conclusion:এই ভুমিস্খলনৰ ফলত বন্ধ হৈ পৰিছিল ৰাণী-গড়চুক সংযোগী পথটো । ঘটনাস্থলীত আজাৰা আৰক্ষী,আজাৰা যানবাহন আৰক্ষী,বিদ্যুৎ বিভাগৰ সহযোগত পথচোৱা মুকলি কৰাৰ লগতে বিদ্যুৎৰ সংযোগ আদিও বিচিন্ন কৰে । উল্লেখ্য যে এই অঞ্চলটোত পুনৰ ভুমিস্খলন হোৱাৰ সম্ভাৱনা আছে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.