আজাৰা,31 অক্টোবৰ: JEE কাণ্ডত জড়িতৰ অভিযোগত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কাকলি বুজৰবৰুৱা নামৰ মহিলাগৰাকীক ৷ শুকুৰবাৰে নিশা মহিলাগৰাকীক আজাৰা আৰক্ষীয়ে আটক কৰি সোধ-পোছৰ অন্তত মুকলি কৰি দিছিল ৷ শনিবাৰে পুনৰ আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰিছিল আজাৰা আৰক্ষীয়ে । অৱশেষত শনিবাৰে কাকলি বুজৰবৰুৱাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মহিলাগৰাকীৰ গ্ৰেপ্তাৰৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷
এই সমগ্ৰ ঘটনাৰ বিষয়ে ব্য়ক্ত কৰি জীয়ৰীৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত উচুপি উঠে কাকলিৰ মাতৃয়ে ৷
লগতে চাওকঃ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত উত্তেজনা