ETV Bharat / state

JEE কেলেংকাৰী সন্দৰ্ভত আটক মহিলা

author img

By

Published : Oct 31, 2020, 3:24 PM IST

Updated : Oct 31, 2020, 3:59 PM IST

JEE পৰীক্ষাৰ কেলেংকাৰীৰ নতুন মোৰ ৷ এই কাণ্ডত জড়িতৰ সন্দেহত আটক এগৰাকী মহিলা ৷ মহিলাগৰাকী গ্ল’ৱেল ইডুলাইটত কৰ্মৰত কাকলি বুজৰবৰুৱা ৷

JEE Scam update azara kamrup assam etv bharat news
JEE কাণ্ড

আজাৰা,31 অক্টোবৰ: JEE পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত জড়িত থকাৰ সন্দেহত শেহতীয়াকৈ আটক কৰা হৈছে এগৰাকী মহিলাক । শুকুৰবাৰে নিশা এই প্ৰসংগত সোধ-পোছৰ বাবে আজাৰা থানালৈ অনা হৈছিল মহিলাগৰাকীক ৷ ইতিমধ্যে এই কেলেংকাৰীত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা নীলনক্ষত্ৰ নামৰ ছাত্ৰগৰাকীয়ে শিক্ষাগ্ৰহণ কৰা গ্ল’ৱেল ইডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকাৰ সৈতে কৰ্মৰত আছিল কাকলি বুজৰবৰুৱা নামৰ সম্প্ৰতি আটকাধীন মহিলাগৰাকী ।

JEE পৰীক্ষাৰ কেলেংকাৰীৰ নতুন মোৰ

উল্লেখ্য যে, ধনৰ বিনিময়ত বুজাবুজি কৰাৰ ক্ষেত্ৰত আগভাগ গ্ৰহণ কৰিছিল কাকলিয়ে ৷ এটি সন্তানৰ মাতৃ মহিলাগৰাকীক সম্প্ৰতি জালুকবাৰীৰ কোনো অজ্ঞাত স্থানত ৰখা বুলি গোপন সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷

লগতে চাওকঃ পানীৰ নামত বৰবিহ বিয়পাইছে কেভিন কোম্পানীয়ে

Last Updated : Oct 31, 2020, 3:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.