ETV Bharat / state

নতুন নাট্যবৰ্ষৰ বাবে সাজু ইতিহাস থিয়েটাৰ

author img

By

Published : Jul 14, 2019, 6:48 PM IST

এইবৰ্ষত ইতিহাস থিয়েটাৰত অভিনয় কৰিব চম্পক শৰ্মা, অংকিতা শইকীয়া, ননী দেৱী, অঞ্জলী চেত্ৰী, জেফ্ৰী বক্সী, দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।

মিৰ্জাত ইতিহাস থিয়েটাৰৰ শুভ নাট্যৰাম্ভ

আজাৰা, 14 জুলাইঃ নতুন নাট্যবৰ্ষৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ । দেওবাৰে মিৰ্জাত নাট্যৰাম্ভ হয় ইতিহাস থিয়েটাৰৰ । পুৱাৰে পৰা বিভিন্ন মাংগলিক ৰীতি-নীতি পালন কৰি দ্বাদশ বৰ্ষৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ । মিৰ্জাস্থিত আখৰাগৃহত বহুতো লোকৰ উপস্থিতিত শুভাৰম্ভ ঘটে ইতিহাস থিয়েটাৰৰ নতুন নাট্যবৰ্ষৰ । উল্লেখ্য যে অভিজিত ভট্টাচাৰ্যৰ 'তেজে ধোৱা মানুহ', চম্পক শৰ্মাৰ 'দানৱ', ধ্ৰুৱ শৰ্মাৰ 'এই মোৰ শেষ গান' নামৰ 3 খন নাট লৈ সাজু হৈছে ইতিহাস থিয়েটাৰ । চম্পক শৰ্মাৰ পৰিচালনাৰে এই বৰ্ষত হ'বলগীয়া নাটকেইখনৰ এখন নাটকৰ শুভ নাট্যৰাম্ভ অনুষ্ঠানতে কিছু আখৰাও কৰে শিল্পীসকলে ।

আনহাতে, এইবৰ্ষত ইতিহাস থিয়েটাৰত অভিনয় কৰিব চম্পক শৰ্মা, অংকিতা শইকীয়া, ননী দেৱী, অঞ্জলী চেত্ৰী, জেফ্ৰী বক্সী, দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰী ।

Intro:পুনৰ ২০১৯-২০ বৰ্ষৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ ।Body:Ocvo..পুনৰ ২০১৯-২০ বৰ্ষৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ । আজি মিৰ্জাত ইতিহাস থিয়েটাৰৰ শুভ নাট্যৰাম্ভ হয় । পুৱাৰে পৰা বিভিন্ন মাংগলিক ৰিতি-নীতি পুজা পৰম্পৰাৰে আজি দ্বাদশ বৰ্ষৰ বাবে সাজু হ'ল ইতিহাস থিয়েটাৰ । মিৰ্জাস্থিত আখৰাগৃহত বহুতো লোকৰ উপস্থিতিত আজি শুভাৰম্ভ ঘটে ইতিহাস থিয়েটাৰৰ । অভিজিত ভট্টাচাৰ্যৰ 'তেজে ধোৱা মানুহ',চম্পক শৰ্মাৰ 'দানৱ',ধ্ৰুৱ শৰ্মাৰ 'এই মোৰ শেষ গান' নামৰ ৩খন নাট লৈ সাজু হৈছে ইতিহাস থিয়েটাৰ । চম্পক শৰ্মাৰ পৰিচালনাৰে এই বৰ্ষত হ'বলগীয়া নাটকেইখনৰ এখন নাটকৰ আজি কিছু আখৰাও কৰে । Conclusion:এইবৰ্ষত অভিনয় কৰিব চম্পক শৰ্মা,অংকিতা শইকীয়া,ননী দেৱী,অঞ্জলী চেত্ৰী,জেফ্ৰী বক্সী,দুলাল শৰ্মাকে ধৰি কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰী ।

Bite1…চম্পক শৰ্মা ।
Bite2…অংকিতা শইকীয়া ।
Bite3..প্ৰযোজক ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.