ETV Bharat / state

হাজোত বানাক্ৰান্তৰ কাষত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

হাজোৰ মনাহকুছিৰ কছুৱাৰবৰীৰ মাথাউৰিত আশ্ৰয় গ্ৰহণ কৰা বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী শৰ্মাই । ইপিনে হাজোৰ বৰম্বৈৰ পৰা কলিতাকুছি সংযোগী মথাউৰি পকীকৰণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় প্ৰস্তুতি চলোৱাৰ কঠোৰ নিৰ্দেশ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ।

author img

By

Published : Jul 18, 2019, 7:29 PM IST

হাজোত বানাক্ৰান্তৰ মাজত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কামৰূপ,18জুলাইঃ বৃহস্পতিবাৰে হাজোৰ কছুৱাৰবৰীৰ বানাক্ৰান্তৰ মাজত উপস্থিত হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । হাজোৰ মনাহকুছিৰ কছুৱাৰবৰীৰ মাথাউৰিত আশ্ৰয় গ্ৰহণ কৰা বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী শৰ্মাই । ইপিনে হাজোৰ বৰম্বৈৰ পৰা কলিতাকুছি সংযোগী মথাউৰি পকীকৰণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক যাৱতীয় প্ৰস্তুতি চলোৱাৰ কঠোৰ নিৰ্দেশ দিয়ে হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে শুকুৰবাৰৰ পৰা মথাউৰিত আশ্ৰয় গ্ৰহণ কৰা বন্যাৰ্তৰ শিবিৰত অক্ষয় পাত্ৰই যোগান ধৰিব খাদ্য ।

Intro:HAJO BREAKING

হাজোৰ কছুৱাৰবৰীৰ বানাক্ৰান্তৰ মাজত মন্ত্ৰী হিমন্ত হিমন্ত বিশ্ব শৰ্মা । ভয়াবহ বান পৰিস্থিতি বুজ ললে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । হাজোৰ মনাহকুছিৰ কছুৱাৰবৰীৰ মঠাউৰিত আশ্ৰয় গ্ৰহণ কৰা বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত পৰিস্থিতিৰ বুজ মন্ত্ৰী শৰ্মাৰ । *শুক্ৰবাৰৰ পৰা মথাউৰিত আশ্ৰয় গ্ৰহণ কৰা বৰ্ণাত্যৰ শিবিৰত অক্ষয় পাত্ৰই যোগান ধৰিব খাদ্য ।*

*হাজোৰ বৰম্বৈৰ পৰা কলিতাকুছি সংযোগী মথাউৰি পকীকৰণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক যাবতীয় প্ৰস্তুতি চলোৱাৰ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ ।*Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.