ETV Bharat / state

মিৰ্জাত অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি

author img

By

Published : Aug 25, 2019, 10:37 PM IST

অত্যাধুনিক সা-সৰঞ্জামযুক্ত এই শৰীৰচৰ্চা কেন্দ্ৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে Mr.World মহাদেৱ ডেকা,জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া,অভিনেত্ৰী বৰষাৰাণী বিষয়াকে ধৰি গণ্য-মান্য ব্যক্তি

মিৰ্জাত অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি

কামৰূপ, 25 আগষ্টঃ দক্ষিণ কামৰূপৰ মিৰ্জাত অত্যাধুনিক শৰীৰচৰ্চা কেন্দ্ৰ মুকলি । এখন সুস্থ সমাজ গঢ়িবলৈ এটি সুস্থ মনৰ প্ৰয়োজন,এটি সুস্থ মনৰ অধিকাৰী হ'বলৈ সুস্বাস্থ্যৱান হোৱাটো জৰুৰী । সেয়েহে মানুহৰ সুস্থ শৰীৰ গঢ়াৰ নিমিত্তে দক্ষিণ কামৰূপৰ মিৰ্জাত পুৰুষ-মহিলা উভয়ৰে বাবে দেওবাৰৰ পৰা আৰম্ভ হ'ল Fitness Evolution Gymনামৰ এটি শৰীৰচৰ্চা কেন্দ্ৰ । অত্যাধুনিক সা-সৰঞ্জামযুক্ত এই শৰীৰচৰ্চা কেন্দ্ৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে Mr.World মহাদেৱ ডেকা,জ্যেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া,অভিনেত্ৰী বৰষাৰাণী বিষয়াকে ধৰি গণ্য-মান্য ব্যক্তি ৷

শৰীৰ চৰ্চা কেন্দ্ৰৰ জৰিয়তে যুৱচামে বিভিন্ন প্ৰেক্ষাপততো উজ্বলিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে শৰীৰচৰ্চাবীদ মহাদেৱ ডেকাই । ঠাইে ঠাইে এনেকুৱা অত্যাধুনীক শৰীৰচৰ্চা কেন্দ্ৰ স্থাপন হ'লে মানুহৰ মনৰ লগতে পৰিৱেশো সুন্দৰ হ'ব বুলি জনায় শৰীৰচৰ্চাবিধজনে ।

আনহাতে, শৰীৰচৰ্চা কেৱল পুৰুষ বাবে নহয় মহিলাৰ বাবেও অতিকৈ প্ৰয়োজনীয় । আৰু শৰীৰদ্বাৰা কেৱল শৰীৰেই যে ভাল হ'ব তেনে নহয় বিভিন্ন ৰোগ আজাৰো নোহোৱা হয় লগতে ভাল প্ৰশিক্ষকৰ দ্বাৰা শৰীৰচৰ্চা কৰিলে মহিলাসকলো উপকৃত হ'ব বুলি মন্তব্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ।

Intro:দক্ষিণ কামৰূপৰ মিৰ্জাত অত্যাধুনীক শৰীৰচৰ্চাকেন্দ্ৰ মুকলি ।
Body:Vo..এখন সুস্থ সমাজ গঢ়িবলৈ এটি সুস্থ মনৰ প্ৰয়োজন,এটি সুস্থ মনৰ অধিকাৰী হ'বলৈ সুস্বাস্থ্যৱান হোৱাটো জৰুৰী । সেয়েহে মানুহে সুস্বাস্থ্যৰ বাবে নিয়মিত শৰীৰ চৰ্চা অতিকৈ দৰকাৰী । সেয়েহে মানুহৰ সুস্থ শৰীৰ গঢ়াৰ নিমিত্তে দক্ষিণ কামৰূপৰ মিৰ্জাত পুৰুষ-মহিলা উভয়ৰে বাবে আজিৰ পৰা আৰম্ভ হ'ল Fitness Evolution Gymনামৰ এটি শৰীৰ চৰ্চা কেন্দ্ৰ । অত্যাধুনিক সা-সৰঞ্জামযুক্ত এই শৰীৰচৰ্চা কেন্দ্ৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে Mr.World মহাদেৱ ডেকা,জেষ্ঠ সাংবাদিক নিতুমনি শইকীয়া,অভিনেত্ৰী বৰষাৰাণী বিষয়াকে বিশিষ্ট ব্যক্তিসকল । এনেকুৱাধৰনৰ শৰীৰ চৰ্চা কেন্দ্ৰৰ জড়িয়তে যুৱচামে বিভিন্ন প্ৰেক্ষাপততো উজ্বলিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে শৰীৰচৰ্চাবিদ মহাদেৱ ডেকাই । ঠাইে ঠাইে এনেকুৱা অত্যাধুনীক শৰীৰচৰ্চা কেন্দ্ৰ স্থাপন হ'লে মানুহৰ মনৰ লগতে পৰিৱেশো সুন্দৰ হ'ব বুলি জনায় শৰীৰচৰ্চাবিধজনে ।

Bite1.

Conclusion:আনহাতে শৰীৰচৰ্চাতো কেৱল পুৰুষ নহয় মহিলাৰ বাবেও অতিকৈ প্ৰয়োজনীয় । আৰু শৰীৰদ্বাৰা কেৱল শৰীৰেই যে ভাল হ'ব তেনে নহয় বিভিন্ন ৰোগ আজাৰো নোহোৱা হয় লগতে ভাল প্ৰশিক্ষকৰ দ্বাৰা শৰীৰচৰ্চা কৰিলে মহিলাসকলো উপকৃত হ'ব বুলি মন্তব্য কৰে অভিনেত্ৰী বৰষাৰাণী বিষয়াই ।

Bite2..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.