ETV Bharat / state

সোণাপুৰত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত - NL-01Q-1353

সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পথাৰকুচিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় এখন গেছ ভৰ্তি টেংকাৰ ৷ দুৰ্ঘটনাটোত আহত হয় টেংকাৰখনৰ চালকজন ৷

gas tanker accident at Sonapur
http://10.10.50.80:6060///finalout3/assam-nle/finalout/02-December-2019/5240874_final.mp4
author img

By

Published : Dec 2, 2019, 11:56 AM IST

সোণাপুৰ, 2 ডিচেম্বৰঃ সোণাপুৰত গেছভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পথাৰকুচিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দেওবাৰে মাজনিশা পশ্চিমবংগৰ কলকাতাৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল NL-01Q-1353 নম্বৰৰ 14 চকীয়া বাহনখন ৷ দুৰ্ঘটনাটোত আহত হয় টেংকাৰখনৰ চালকজন ৷ এই ঘটনাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় সোণাপুৰ যান-বাহন আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ৷ গুৱাহাটীৰ আই ও চিৰ এটা দলো দুর্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখন ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সুৰক্ষিতভাৱে ক্ৰেনৰ জৰিয়তে উঠোৱা হয় ৷

সোণাপুৰত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত

লগতে পঢ়ক- বিল ক্লিনটনৰ ব্ৰডৱে শ্ব'ত অংশগ্ৰহণ

Intro:সোণাপুৰত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, আহত চালক

Body:সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পথাৰকুচিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এল পি জি গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত। দেওবাৰে মাজনিশা পশ্চিম বংগৰ কালকতাৰ পৰা তিনিচুকীয়া অভিমুখে গৈ থকা সময়ত NL 01 Q 1353 নম্বৰৰ 14 চকীয়া এখন এল পি জি গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। কোনোমতে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে উক্ত অঞ্চলবাসী।

Bite : চালক

Bite : আৰক্ষী

এই দুৰ্ঘটনাটোত গেছ টেংকাৰৰ চালক আহত হয়। ঘটনাৰ খবৰ পাইয়ে সোণাপুৰ যান বাহন আৰক্ষী আৰু অগ্নিনির্বাপাকৰ এটা দল উপস্থিত হয়। গুৱাহাটীৰ আই ও চিৰ এটা দল দুর্ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত দুৰ্ঘটনাগ্ৰস্ত গেছ ভৰ্তি টেংকাৰখন ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সুৰক্ষিতভাবে ক্ৰেঙৰ জৰিয়তে উঠোৱা হয়।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.