ETV Bharat / state

ৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ - গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ

গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱত লক্ষাধিক ভক্তৰ সমাবেশ ৷ তুলসীবাৰীত উখল-মাখল পৰিৱেশ ৷

ৰঙিয়া
ৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ
author img

By

Published : Jan 27, 2020, 2:44 PM IST

ৰঙিয়া, 27 জানুৱাৰীঃ ৰঙিয়াত তিনিদিনীয়া কাৰ্যাসূচীৰে উলহ-মালহেৰে পালন কৰা হয় গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ। তুলসীবাৰীৰ নান্দনিক পৰিৱেশৰ মাজত লোকাৰণ্য হৈ পৰিছে মাৰলী থানৰ মহোৎসৱস্থলী। সোমবাৰে মহোৎসৱৰ দ্বিতীয় দিন। এই মহোৎসৱৰ মূল কাৰ্যসূচীত ডেৰ লক্ষাধিক লোকে গোপাল প্ৰভূৰ আশীষ লয় । প্ৰবাদ অনুসৰি ইয়াত চাকি-বন্তি জ্বলাই পূজা-অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় । গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱত লক্ষাধিক ভক্তই একলগে ভোগ গ্ৰহণ কৰা দৃশ্য অতি আকৰ্ষণীয় হৈ পৰে। এই ভোগ বিতৰণৰ বাবে ১৫০০ স্বেচ্ছাসেৱক নিয়োগ কৰে। ১০০ টা চৌকাত ভোগ প্ৰস্তুতৰ বাবে ৫০০ গৰাকী ৰান্ধনী নিয়োগ কৰা হয় । ভক্তসকলৰ বাবে ২০০০ থালি খিচিৰি ভোগ প্ৰস্তুত কৰে উদ্যোক্তাসকলে । মানস পূৰ্তিৰ আস্থাৰ থলী হিচাপে জনাজাত এই মহোৎসৱটিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ সমাগম ঘটে।

ৰঙিয়াত গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ

আৰু পঢ়কঃ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন প্ৰমোদ বড়োৰ

Intro:গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱত লক্ষাধিক ভক্তৰ সমাবেশ, তুলসীবাৰীত উখল মাখল পৰিবেশBody:ৰঙিয়াত তিনিদিনীয়া কাৰ্যাসূচীৰে উলহ-মালহেৰে পালন কৰা হয় গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱ । তুলসীবাৰীৰ নান্দনিক পৰিবেশৰ মাজত লোকে লোকাৰণ্য হৈ পৰিছে মাৰলী থানৰ মহোৎসৱস্থলী। আজি মহোৎসৱৰ দ্বিতীয় দিন। এই মহোৎসৱৰ মূল কাৰ্য্যসূচীত ডেৰ লক্ষাধিক লোকে গোপাল প্ৰভূৰ আশিষ লয় । প্ৰবাদ অনুসৰি ইয়াত চাকি-বন্তী জ্বলাই পূজা-অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্জা পূৰ্ণ হয় । গৰখীয়া গোপাল মাৰলী থানৰ বাৰ্ষিক মহোৎসৱত লক্ষাধিক ভক্তই একলগে ভোগ গ্ৰহণ কৰা দৃশ্য অতি আকৰ্ষণীয় হৈ পৰে । এই ভোগ বিতৰণৰ বাবে ১৫০০ স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে । ১০০ টা চৌকাত ভোগ প্ৰস্তুতৰ বাবে ৫০০ গৰাকী ৰান্ধনী নিয়োগ কৰা হয় । ভক্ত সকলৰ বাবে ২০০০ থালি খিচীৰী ভোগ প্ৰস্তুত কৰে । একেলগে হাজাৰ হাজাৰ ভক্তই সুবিশাল পথাৰৰ মাজত এই খিচীৰী ভোগ গ্ৰহণ কৰা দৃশ্য আকৰ্ষণীয় হৈ পৰে । মানস পূৰ্তিৰ আস্থাস্থলী হিচাপে জনাজাত এই মহোৎসৱটিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ সমাগম ঘটে ।

BITE : 1 উদ্যোক্তা, 2 মৃণালিণী দেৱীConclusion:বন্দনা শৰ্মা, ৰঙিয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.