ETV Bharat / state

চাংসাৰি আৰক্ষীৰ জালত অভিযুক্ত তীৰ ব্যৱসায়ী - তীৰ ব্যৱসায়ী

তীৰ ব্য়ৱসায়ীৰ বিৰুদ্ধে চাংসাৰি আৰক্ষীৰ সফল অভিযান । চাংসাৰি আৰক্ষীয়ে তেওঁলোকৰ পৰিসৰৰ ভিতৰত অভিযান চলাই শেহতীয়াকৈ বিশ্বজিৎ কলিতা নামৰ দেউদুৱাৰৰ এজন অভিযুক্ত তীৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।

চাংসাৰি আৰক্ষীৰ জালত অভিযুক্ত তীৰ ব্যৱসায়ী

author img

By

Published : Dec 4, 2020, 6:54 PM IST

চাংসাৰি, 4 ডিচেম্বৰ: কামৰূপৰ ভিন্ন স্থানত অব্যাহত ড্ৰাগছ, তীৰ আদিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । কেইবাবাৰো আৰক্ষীয়ে এনেবোৰ কামৰ লগত জড়িত লোকক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও, বৰ্তমানেও অব্যাহত এনে অনৈতিক কাৰ্যসমূহ ।

চাংসাৰি আৰক্ষীয়ে তেওঁলোকৰ পৰিসৰৰ ভিতৰত অভিযান চলাই শেহতীয়াকৈ বিশ্বজিৎ কলিতা নামৰ দেউদুৱাৰৰ এজন অভিযুক্ত তীৰ ব্যৱসায়ীক আটক কৰে । লগতে জব্দ কৰে বহু পৰিমানৰ তীৰৰ টিকট আৰু নগদ ধন ।

লগতে পঢ়ক: ৰঙিয়াত বাঁহৰ খুটাৰে বিদ‍্যুৎ বিভাগে যোগান ধৰিছে বিদ‍্যুৎ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.