দক্ষিণ কামৰূপ, ২৭ মে': সোমবাৰে মিৰ্জাত আবকাৰী বিভাগৰ বিশেষ অভিযান। মিৰ্জাৰ বিভিন্ন অঞ্চলৰ ধাবা,সাধাৰণ পান দোকান আদিত অবৈধ ভাৱে দেশীয় তথা বিলাতী সুৰা বিক্ৰী কৰি পৰিৱেশ বিনিষ্ট কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে দীৰ্ঘ দিনৰ পৰাই । মিৰ্জাৰ আৱকাৰী বিভাগটোৰ বিৰুদ্ধে বিভিন্ন সময়ত সুৰা বিক্ৰেতাৰ সৈতে মিতিৰালি কৰাৰ অভিযোগ উঠি আহিছে। কিন্তু এই অভিযোগ খণ্ডন কৰি সোমবাৰে মিৰ্জা আবকাৰী বিভাগে মিৰ্জাৰ ধাবা,দোকান আদিত সুৰাৰ বিৰুদ্ধে অভিযান চলায়। কিন্তু অতি পৰিতাপৰ কথা যে আবকাৰী বিভাগৰ এই অভিযান কালত একো এটাই উদ্ধাৰ কৰিবলৈ সক্ষম নহল বিয়াগোম বিভাগটোৱে। সেয়ে এতিয়া সমগ্ৰ বিষয়টোক ৰহস্যৰ চকুৰে চাইছে অঞ্চলটোৰ সাধাৰণ ৰাইজে।
মিৰ্জাত আবকাৰী বিভাগৰ অভিযান - দক্ষিণ কামৰূপ
সোমবাৰে দক্ষিণ কামৰূপৰ কেন্দ্ৰ বিন্দু মিৰ্জাত অভিযান চলাই আবকাৰী বিভাগে
দক্ষিণ কামৰূপ, ২৭ মে': সোমবাৰে মিৰ্জাত আবকাৰী বিভাগৰ বিশেষ অভিযান। মিৰ্জাৰ বিভিন্ন অঞ্চলৰ ধাবা,সাধাৰণ পান দোকান আদিত অবৈধ ভাৱে দেশীয় তথা বিলাতী সুৰা বিক্ৰী কৰি পৰিৱেশ বিনিষ্ট কৰি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে দীৰ্ঘ দিনৰ পৰাই । মিৰ্জাৰ আৱকাৰী বিভাগটোৰ বিৰুদ্ধে বিভিন্ন সময়ত সুৰা বিক্ৰেতাৰ সৈতে মিতিৰালি কৰাৰ অভিযোগ উঠি আহিছে। কিন্তু এই অভিযোগ খণ্ডন কৰি সোমবাৰে মিৰ্জা আবকাৰী বিভাগে মিৰ্জাৰ ধাবা,দোকান আদিত সুৰাৰ বিৰুদ্ধে অভিযান চলায়। কিন্তু অতি পৰিতাপৰ কথা যে আবকাৰী বিভাগৰ এই অভিযান কালত একো এটাই উদ্ধাৰ কৰিবলৈ সক্ষম নহল বিয়াগোম বিভাগটোৱে। সেয়ে এতিয়া সমগ্ৰ বিষয়টোক ৰহস্যৰ চকুৰে চাইছে অঞ্চলটোৰ সাধাৰণ ৰাইজে।
Slug:-As_Kam_27may_abkari operation at_Mirza_801-802_vis+bite+photo_as10020
মিৰ্জাত আবকাৰীৰ বিভাগৰ অভিযান ।
Vo..দক্ষিণ কামৰূপৰ কেন্দ্ৰ বিন্দু মিৰ্জাত অভিযান আবকাৰী বিভাগৰ । আজি দীৰ্ঘ দিনৰ পৰাই মিৰ্জাৰ বিভিন্ন অঞ্চলৰ ধাবা সাধাৰণ পান দোকান আদিত অবৈধ ভাৱে দেশীয় তথা বিলাতী সুৰা বিক্ৰী কৰি পৰিবেশ বিনিষ্ট কৰি থকাৰ পিছতো নীৰৱ ভূমিকা পালন কৰি আহিছিল আবকাৰী বিভাগটোৱে । মিৰ্জাৰ আবকাৰী বিভাগটোৰ বিৰুদ্ধে বিভিন্ন সময়ত সুৰা বিক্ৰিকাৰীৰ সৈতে মিতিৰালীৰ অভিযোগ উঠি আহিছিল । কিন্তু এই অভিযোগ খণ্ডন কৰি আজি সোমবাৰে মিৰ্জা আবকাৰী বিভাগে মিৰ্জাৰ ধাবা দোকান আদিত সুৰাৰ বিৰুদ্ধে অভিযান চলাই । কিন্তু অতি পৰিতাপৰ কথা যে আবকাৰী বিভাগৰ এই অভিযান কালত একো এটাই উদ্ধাৰ কৰিবলৈ সক্ষম নহল বিয়াগোম বিভাগটোযে ।
ইয়াতে প্ৰশ্ন উত্থাপন হয় যে আজি যিকেইখন ধাবা অভিযান চলাইছিল সেই কেইখন ধাবাত অবৈধ ভাৱে সুৰা বিক্ৰী কৰা হয় বুলি সৰ্বসাধৰণে জানে।কিন্তু আজিৰ এই অভিযান কালত সেই বিতৰ্কিত ধাবা কেইখনত একো উদ্ধাৰ নোহোৱাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ।
ৰাইজে অভিযোগ কৰাৰ দৰে সুৰা ব্যৱসায়ী লগত আবকাৰী বিভাগৰ সচাকৈ মিতিৰালী আছে নেকি যাৰ বাবে অভিযানৰ সময়ত একো এটাই হাতত নালাগিল আবকাৰী বিভাগটোৰ????
Bite:-আবকাৰী বিষয়া
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam