ETV Bharat / state

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ চিকিৎসক - GMCH Doctor arrested

দুৰ্নীতি নিবাৰক শাখাৰ জালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ৷ ধৃত চিকিৎসকগৰাকীৰ নাম মনোজ বৈশ্য । দিছপুৰ লাষ্ট গেটৰ হৰেন কুমাৰ নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ চিকিৎসকজন ।

ধৃত চিকিৎসক মনোজ বৈশ্য
author img

By

Published : Oct 22, 2019, 7:31 PM IST

গুৱাহাটী, ২২ অক্টোবৰ: দুৰ্নীতি নিবাৰক শাখাৰ জালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক মনোজ বৈশ্য। দিছপুৰ লাষ্ট গেটৰ হৰেন কুমাৰ নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ চিকিৎসকজন। ঘটনা অনুসৰি যোৱা ১৯ ছেপ্টেম্বৰত হৰেন কুমাৰৰ ভাতৃ ৰামেশ্বৰ প্ৰসাদ শ্বাহ ঘৰৰ বাথৰূমত পৰি আহত হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল যদিও পাচত লোকজনৰ মৃত্যু হয়। কিন্তু লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত মৃত লোকজনৰ পৰিয়ালক ৰিপৰ্টৰ ধন বিচাৰি হাৰাশাস্তি কৰিছিল ধৃত চিকিৎসকজনে। পাছত চিকিৎসকৰ হেঁচাত পৰিয়ালৰ লোকে ধন দিবলৈ মান্তি হয়।

GMCH
দুৰ্নীতি নিবাৰক শাখাৰ জালত চিকিৎসক

উল্লেখ্য যে মাছ,মাংস নোখোৱা ৰামেশ্বৰৰ মৰণোত্তৰ প্ৰতিবেদনত অত্যাধিক সুৰা আৰু মাংস খোৱা বুলি ৰিপৰ্ট দিওতে সন্দেহ হয় পৰিয়ালৰ লোকৰ । লগে লগে ৰিপৰ্ট সলনি কৰি দিয়াৰ বাবদ চিকিৎসকজনে ৫০ হাজাৰ টকা বিচাৰে ৰামেশ্বৰৰ পৰিয়ালৰ পৰা। সেই মৰ্মেই মৃত লোকজনৰ ভাতৃ হৰেন কুমাৰে প্ৰথমে ৪ হাজাৰ টকা আৰু পিছত ৮ হাজাৰ টকা দিয়ে। ধৃত চিকিৎসকগৰাকীৰ এনে কাৰ্যত অতিষ্ঠ হৈ ৰামেশ্বৰৰ পৰিয়ালে দুৰ্নীতি নিবাৰক শাখাৰ সহায় লয়। মঙলবাৰে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ দিয়াৰ সময়ত নগদ ১০ হাজাৰ টকা লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে চিকিৎসক মনোজ বৈশ্য ।

Intro:দুৰ্নীতি নিবাৰক শাখাৰ জালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক
Body:গুৱাহাটী, ২২ অক্টোবৰ: দুৰ্নীতি নিবাৰক শাখাৰ জালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক মনোজ বৈশ্য। দিছপুৰ লাষ্ট গেটৰ হৰেন কুমাৰ নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ চিকিৎসকজন। ঘটনা অনুসৰি যোৱা ১৯ ছেপ্টেম্বৰত হৰেন কুমাৰৰ ভাতৃ ৰামেশ্বৰ প্ৰসাদ শ্বাহ ঘৰৰ বাথৰূমত পৰি আহত হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল যদিও মৃত্যু হয় ৰামেশ্বৰৰ। তাৰ পিছৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত মৃত লোকজনৰ পৰিয়ালক ৰিপৰ্টৰ ধন বিচাৰি হাৰাশাস্তি কৰিছিল ধৃত চিকিৎসকজনে। পাছত চিকিৎসকৰ হেচাত পৰিয়ালৰ লোকে ধন দিবলৈ মান্তি হয়। মাছ মাংস নোখোৱা ৰামেশ্বৰৰ মৰণোত্তৰ প্ৰতিবেদনত অত্যাধিক সুৰা আৰু মাংস খোৱা বুলি ৰিপৰ্ট দিওঁতে সন্দেহ হয় পৰিয়ালৰ লোকৰ। লগে লগে ৰিপৰ্ট সলনি কৰি দিয়াৰ বাবদ চিকিৎসকজনে ৫০ হাজাৰ টকা বিচাৰে ৰামেশ্বৰৰ পৰিয়ালৰ পৰা। সেই মৰ্মেই মৃত লোকজনৰ ভাতৃ হৰেন কুমাৰে প্ৰথমে ৪ হাজাৰ টকা আৰু পিছত ৮ হাজাৰ টকা দিয়ে। ধৃত চিকিৎসকগৰাকীৰ এনে কাৰ্য্যত অতিষ্ঠ হৈ ৰামেশ্বৰৰ পৰিয়ালে দুৰ্নীতি নিবাৰক শাখাৰ সহায় লয়।মঙ্গলবাৰে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ পৰা নগদ ১০ হাজাৰ টকা লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে চিকিৎসক মনোজ বৈশ্য।Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.