ETV Bharat / state

জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাইহাটাৰ এখন পশু চিকিৎসালয়

author img

By

Published : Sep 17, 2020, 10:50 AM IST

বাইহাটাৰ নিকটৱৰ্তী শিঙাৰপৰাৰ একমাত্ৰ পশু চিকিৎসালয় খনৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷ কদৰ্যময় অৱস্থাতে চিকিৎসালয় খনত অব্য়াহত আছে পশুৰ চিকিৎসা ৷

পশু চিকিৎসালয়
পশু চিকিৎসালয়

বাইহাটা, 17 ছেপ্তেম্বৰ: দীৰ্ঘ দিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত পৰি আছে বাইহাটাৰ নিকটৱৰ্তী শিঙাৰপৰাৰ একমাত্ৰ পশু চিকিৎসালয়খন ৷ এক কদৰ্যময় পৰিৱেশৰ মাজতে চিকিৎসালয়খনত অব্য়াহত আছে পশুৰ চিকিৎসা ৷ বহু দূৰৰ অঞ্চলৰ পৰাও পশু চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ লোক আহে যদিও, আজিলৈ চিকিৎসালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰ কিম্বা জনপ্ৰতিধিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাইজৰ বহু আবেদনৰ পাচতো চৰকাৰে এই পৰ্যন্ত তেওঁলোকৰ সমস্যা সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে উপায়ন্তৰ ৰাইজে সম্প্ৰতি সংবাদ মাধ্যমযোগে চৰকাৰক পশু চিকিৎসালয় খন পুনৰ নিৰ্মাণৰ বাবে অনুৰোধ জনাইছে ৷

জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে বাইহাটাৰ এখন পশু চিকিৎসালয়

লগতে পঢ়ক: চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.