ETV Bharat / state

ডিটেনছন কেম্প পৰ্যবেক্ষণৰ বাবে বিশেষ সমিতি গঠন

শেহতীয়াকৈ ডিটেনছন কেম্পসমূহত কেইবাগৰাকীও বন্দীৰ মৃত্যু হোৱা ঘটনাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সেয়েহে ডিটেনছন কেম্পসমূহ প্ৰকৃততে কিমান বিজ্ঞানসন্মত বা স্বাস্থ্যসন্মত কিম্বা কেম্পসমূহত পৰ্যাপ্ত সা-সুবিধা আছে নে নাই সেই সমগ্ৰ বিষয় পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গঠন কৰি দিয়া হৈছে বিশেষ পৰ্যালোচনা সমিতি ৷

author img

By

Published : Oct 26, 2019, 9:19 AM IST

ডিটেনছন কেম্প

গুৱাহাটী, ২৬ অক্টোবৰঃ ৰাজ্যত সম্প্ৰতি কাৰ্যক্ষম হৈ থকা ডিটেনছন কেম্পসমূহ প্ৰকৃততে কিমান বিজ্ঞানসন্মত বা স্বাস্থ্যসন্মত কিম্বা কেম্পসমূহত পৰ্যাপ্ত সা-সুবিধা আছে নে নাই সেই সমগ্ৰ বিষয় পৰ্যালোচনা কৰিবলৈ শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়ে এখন বিশেষ পৰ্যালোচনা সমিতি । আৰক্ষী উপ মহা পৰিদৰ্শক ( সীমান্ত ) ৰ অধ্যক্ষতাত গঠন কৰি দিয়া এই সমিতিখনৰ অন্যান্য সদস্যসকল হ'ল ক্ৰমে কাৰাগাৰ সমূহৰ মহা পৰিদৰ্শক, জিলা আৰু সত্ৰ ন্যায়াধীশ ( অৱসৰপ্ৰাপ্ত ) হৰদীপ সিং, সংশ্লিষ্ট জিলাৰ মহকুমাধিপতি বা সহকাৰী আয়ুক্তই মনোনীত কৰা এগৰাকী সদস্য আৰু অধ্যক্ষই মনোনীত কৰা আন এগৰাকী সদস্য । এই সমিতিখনে ডিটেনছন কেম্পসমূহ পৰিভ্ৰমণ কৰি সেইসমূহৰ অৱস্থাৰ বুজ লৈ তিনি মাহৰ ভিতৰত চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। মনকৰিবলগীয়া যে শেহতীয়াকৈ ডিটেনছন কেম্পসমূহত কেইবাগৰাকীও বন্দীৰ মৃত্যু হোৱাৰ ফলত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

DETENTION CAMP REVIEW COMMITTEE

Intro:গুৱাহাটী, ২৬ অক্টোবৰঃ ৰাজ্যত সম্প্ৰতি কাৰ্যক্ষম হৈ থকা ডিটেনছন কেম্পসমূহ প্ৰকৃততে কিমান বিজ্ঞানসন্মত বা স্বাস্থ্যসন্মত কিম্বা কেম্পসমূহত পৰ্যাপ্ত সা সুবিধা আছে নে নাই সেই সমগ্ৰ বিষয় পৰ্যালোচনা কৰিবলৈ শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়ে এখন বিশেষ পৰ্যালোচনা সমিতি ।Body:আৰক্ষী উপ মহা পৰিদৰ্শক ( সীমান্ত ) ৰ অধ্যক্ষতাত গঠন কৰি দিয়া এই সমিতিখনৰ অন্যান্য সদস্যসকল হ'ল ক্ৰমে কাৰাগাৰ সমূহৰ মহা পৰিদৰ্শক, জিলা আৰু সত্ৰ ন্যায়াধীশ ( অৱসৰপ্ৰাপ্ত ) হৰদীপ সিং, সংশ্লিষ্ট জিলাৰ মহকুমাধিপতি বা সহকাৰী আয়ুক্তই মনোনীত কৰা এগৰাকী সদস্য আৰু অধ্যক্ষই মনোনীত কৰা আন এগৰাকী সদস্য ।Conclusion:এই সমিতিখনে ডিটেনছন কেম্পসমূহ পৰিভ্ৰমণ কৰি সেইসমূহৰ অৱস্থাৰ বুজ লৈ তিনি মাহৰ ভিতৰত চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। মনকৰিবলগীয়া যে শেহতীয়াকৈ ডিটেনছন কেম্পসমূহত কেইবাগৰাকীও বন্দীৰ মৃত্যু হোৱাৰ ফলত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.