ETV Bharat / state

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Aug 13, 2021, 12:01 AM IST

Updated : Aug 13, 2021, 6:37 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ বহু ব্যক্তিৰ লগত সংযোগ স্থাপন ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷

বৃষ ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ গ্ৰহ ভাল ৷ ভাগ্য ভাল ৷ কৰ্মত সফল ৷

মিথুন ৰাশি : আবেগৰ বশৱৰ্তী নহ’ব ৷ ছোৱালীৰ লগত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ যুক্তিৰে বিবেচনা কৰক ৷

ককৰ্ট ৰাশি : ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব ৷ কৰ্মত প্ৰায় সফল ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ খং-ৰাগ পৰিহাৰ কৰক ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷

কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ নিজৰ ওপৰত ভৰষা ৰাখক ৷ বিবাহৰ সংযোগ ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : দিনটো শুভ ৷ মানসিক অশান্তি হোৱাৰ সম্ভাৱনা ৷ পৰিশ্ৰমৰ ফল লাভ ৷ কৰ্মত শান্ত হৈ সিদ্ধান্ত লওক ৷ আজি কোনো লাভ বা ক্ষতি নাই ৷

বৃশ্চিক ৰাশি : দিনটো শুভ ৷ প্ৰশংসা লাভ ৷ ভাল বন্ধু লাভ ৷ কৰ্মত সফল ৷ পদোন্নতি লাভ ৷

ধনু ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷

মকৰ ৰাশি : বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷

কুম্ভ ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত কৰ্ম সম্পাদন কৰক ৷ পৰিশ্ৰমৰ ফল লাভ ৷

মীন ৰাশি : দিনটো শুভ ৷ কঠিন কৰ্ম সহজে কৰিব পাৰিব ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি আগ্ৰহ ৷ প্ৰেমত শুভ ৷

Last Updated : Aug 13, 2021, 6:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.