ETV Bharat / state

মিৰ্জাত ভোটাৰৰ সজাগতাৰ বাবে চাইকেল ৰেলী

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই ৰেলী

চাইকেল ৰেলী
author img

By

Published : Mar 16, 2019, 1:23 PM IST

গুৱাহাটী, ১৬ মাৰ্চ : দক্ষিণ কামৰূপৰ মিৰ্জাত কামৰূপ জিলা প্ৰসাশনৰ উদ্যোগত ভোটাৰক সজাগতাৰ বাবে অনুষ্ঠিত কৰা হয় এক চাইকেল ৰেলী ।পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় এই চাইকেল ৰেলী ।

চাইকেল ৰেলী

ভোটাৰৰ সজাগতাৰ বাবে অনুষ্ঠিত কৰা এই চাইকেল ৰেলী আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে Mr.World গোলাপ ৰাভাই । এই চাইকেল ৰেলীত জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু পলাশবাৰী ৰাজহ চক্ৰ বিষয়া সুসপ্না কাকতি উপস্থিত থাকে । ইপিনে চক্ৰ বিষয়া সুসপ্না কাকতিৰ লগতে সংলগ্ন বিষয়া পিংকিয়েও কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সকলোৰ সৈতে চাইকেল চলাই এই ৰেলীত অংশগ্ৰহন কৰে ।

Slug:-A_KAM_Mirza_Cycel_Rally_801-806_vis+bite_Ajay_Das

দক্ষিণ কামৰূপৰ মিৰ্জাত ভোটাৰৰ সজাগতাৰ বাবে চাইকেল ৰেলী ।

Ocvo..দক্ষিণ কামৰূপৰ মিৰ্জাত কামৰূপ জিলা প্ৰসাশনৰ উদ্যোগত ভোটাৰক সজাগতাৰ বাবে উলিওৱা হয় এক চাইকেল ৰেলী ।  ভোটাৰক সজাগতাৰ বাবে পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় এই চাইকেল ৰেলী । চাইকেল ৰেলী আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে Mr.World গোলাপ ৰাভাই । চাইকেল ৰেলীত জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য উপস্থিত থকাৰ লগতে পলাশবাৰী ৰাজহ চক্ৰ বিষয়া সুসপ্না কাকতিৰ লগতে সংলগ্ন বিষয়া পিংকিও এই ৰেলীত কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সকলোৰ সৈতে চাইকেল চলাই এই ৰেলীত অংশগ্ৰহন কৰে ।

Bite..
Bite...

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.