ETV Bharat / state

মিৰ্জাত ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিবাদী কাৰ্যসূচী - মিৰ্জা আৰ.বি.উচ্চতৰ মাধ্যমিক

দক্ষিণ কামৰূপৰ মিৰ্জা আৰ.বি.উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত ঠিকাভিত্তিক শিক্ষকৰ ধৰ্ণা কাৰ্যসূচী

ঠিকাভিত্তিক শিক্ষকসকলৰ প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Aug 6, 2019, 5:35 PM IST

দক্ষিণ কামৰূপ , 6 আগষ্ট : দক্ষিণ কামৰূপৰ মিৰ্জা আৰ.বি.উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত দক্ষিণ কামৰূপৰ ঠিকাভিত্তিক শিক্ষকসকলৰ ধৰ্ণা কাৰ্যসূচী ৷ সোমবাৰে বিয়লি দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত আৰ.বি.উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত দক্ষিণ কামৰূপৰ ঠিকাভিত্তিক শিক্ষক সকলে এক গোট হৈ ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী ৷ ইয়াৰ পূৰ্বেও কিছুদিন ধৰি তেওঁলোকে গ্ৰহণ কৰি আহিছিল শ্ৰেণী বৰ্জন কাৰ্যসূচী ৷ প্ৰায় পাঁচ হাজাৰ শিক্ষকে বিগত চাৰি মাহে দৰমহা নোপোৱা আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰে ৷

ঠিকাভিত্তিক শিক্ষকসকলৰ প্ৰতিবাদী কাৰ্যসূচী

'আমাৰ চাকৰি নিয়মীয়া কৰক', 'আমাৰ প্ৰাপ্য মোকলাই দিয়ক' আদি শ্ল'গান দি প্ৰতিবাদীসকলে উত্তাল কৰে প্ৰতিবাদস্থলী ৷ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যক কঠোৰ সমালোচনা কৰাৰ লগতে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী শিক্ষকসকলে ৷

Intro:দক্ষিণ কামৰূপৰ মিৰ্জা আৰ.বি.উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত দক্ষিণ কামৰূপৰ ঠিকাভিত্তিক শিক্ষকসসকলৰ ধৰ্ণা কাৰ্যসূচী ।Body:Vo...ৰাজ্যৰ শিক্ষাখণ্ডত মাধ্যমিক স্তৰত কৰ্মৰত ঠিকাভিত্তিক প্ৰায় পাচ হাজাৰ শিক্ষকে বিগত চাৰি মাহে দৰমহা নোপোৱা আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ প্ৰতিবাদত কিছুদিন ধৰি শ্ৰেণী বৰ্জন কাৰ্যসূচীকে ৰূপায়ণ কৰি আছে সোমবাৰে বিয়লি দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত আৰ.বি.উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত দক্ষিণ কামৰূপৰ ঠিকাভিত্তিক শিক্ষকসসকলে এক গোট হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । 'আমাৰা চাকৰি নিয়মীয়া কৰক', 'আমাৰ প্ৰাপ্য টকা মোকলাই দিয়ক' আদিবোৰ শ্লোগান দিয়াৰ লগতে চৰকাৰ বিৰোধী শ্লোগানো দিয়ে । Conclusion:পৰবৰ্তী সময়ত ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ লগতে জংগী আন্দোলনো গঢ়ি লব বুলিও হুংকাৰ দি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্যক কঠোৰ সমালোচনা কৰে ।

Bite.. প্ৰতিবাদকাৰী ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.