ETV Bharat / state

তিব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু ডেৰ বছৰীয়া শিশুৰ

author img

By

Published : Oct 22, 2019, 10:18 AM IST

চাংসাৰিৰ চৌকী গেটৰ চন্দ্ৰমা কলিতা নামৰ মহিলা গৰাকীয়ে নিজৰ ডেৰ বছৰীয়া শিশুটি কোলাত লৈ ৰাষ্টাৰ কাষেৰে খোজ কাঢ়ি থকাৰ সময়তে তীব্ৰবেগী ট্ৰাকে মহিলাগৰাকীক খুন্দিওৱাৰ ফলত কোলাত থকা শিশুটি পৰি যায় আৰু লগে লগে ট্ৰাকে মহতিয়াই নিয়ে শিশুটোক ৷

বাইহাটা চাৰিআলিত শোকাৱহ পথ দূৰ্ঘটনাত নিহত শিশু

বাইহাটা চাৰিআলি, 22 অক্টোবৰঃ বাইহাটা চাৰিআলিত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা ৷ পথৰ কাষত খোজ কাঢ়ি থকা মাতৃৰ কেলাৰ পৰা পৰি যোৱা সন্তানক মহতিয়াই নিয়ে তিব্ৰবেগী বাহনে ৷ উল্লেখ্য যে, চাংসাৰিৰ চৌকী গেটৰ চীলা সিন্দুৰীঘোপাটৰ চন্দ্ৰমা কলিতা নামৰ মহিলা গৰাকীয়ে নিজৰ ডেৰ বছৰীয়া শিশুটি কোচত লৈ ৰাষ্টাৰ কাষেৰে খোজ কাঢ়ি আহি আছিল ৷ সেই সময়তেই প্ৰতিযোগীতামূলক ভাবে চলাই অহা ট্ৰাক এখনে চন্দ্ৰমাক খুন্দিওৱাৰ ফলত কোচত থকা শিশুটি কোচৰ পৰা পৰি যায় আৰু মুহূৰ্ততে ট্ৰাক খনে মহতিয়াই থৈ যায় শিশুটোক ৷

বাইহাটা চাৰিআলিত শোকাৱহ পথ দূৰ্ঘটনা

উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত ৰাইজে অৱৰোধ কৰে পথ ৷ পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ পৰাত স্থানীয় প্ৰশাসনে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰে ৷ ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হোৱাৰ পিচতহে উত্তেজনা শাম কাটে ৷

Intro:Baihata Changsari Accident 1 Child Dead
V/O:----বাইহাটা চাৰিআলিৰ ঢাংসাৰিৰ চৌকী গেটতত মাকৰ বুকু সুদা কৰিলে এখন ট্ৰাকে । কোচত লৈ গৈ থকা মাতৃৰ পৰা ট্ৰাকে কাঢ়ি নিলে কেচুৱাটি । এই ঘটণা সংঘটিত চাংসাৰিৰ চৌকী গেটৰ চীলা সিন্দুৰীঘোপাট । চন্দ্ৰমা কলিতা নামৰ মহিলা গৰাকীয়ে নিজৰ ডেৰ বছৰীয়া শিশুটি কোচত লৈ মাকৰ ঘৰলৈ বুলি ৰাষ্টাৰ কাষেৰে খোজ কাঢ়ি আহি থকা অৱস্থাত প্ৰতিযোগীতা মুলক ভাবে চলাই অহা ট্ৰাক এখনে চন্দ্ৰমাক খুন্দিওৱাৰ ফলত কোচত থকা শিশুটি কোচৰ পৰা পৰি যোৱাৰ ফলত ট্ৰাক খনে মহতিয়াই থৈ যায় । ফলত শিশুটি থিতাতে নিহত হয় । ঘটণাটো সংঘটিত হোৱাৰ পিচত স্থানীয় ৰাইজ উত্তেজিত হৈ পথটো অৱৰোধ কৰে । পৰিবেশ উত্তেজিত দেখি স্থানীয় প্ৰসাষনে অৰ্ধসামৰিক বাঘহিনী নিয়োগ কৰে । ঘটণা স্থলীত দণ্ডাধীশ উপস্থিত হোৱাৰ পিচত উত্তেজনা সাম কাটে ।
বাইট:----
বাইট:----
বাইট:----Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.