পলাশবাৰী, 4 চেপ্তেম্বৰঃ যোৱা ৩১ আগষ্টত দক্ষিণ কামৰূপৰ পলাশবাৰীত দুজন কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানটোত সৃষ্টি হৈছিল বৃহৎ ধ্বংসলীলা৷ কেম্পানীৰটোৰ আচ-বাব, দৰ্জা-খিৰিকীকে ধৰি বিলাসী বাহন পৰ্যন্ত ভাঙি পেলাইছিল উত্তেজিত জনতাই৷ উল্লেখ্য যে যোৱা ৩১ আগষ্টৰ পুৱতি নিশা পলাশবাৰীস্থিত অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মান উদ্যোগটোত প্ৰায় ৪:৩০ বজাত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে । এই অগ্নিকাণ্ডত নিহত হয় মিৰ্জা বজাৰাপাৰাৰ জিটু দাস আৰু মাজকুচিৰ মহেশ ঠাকুৰীয়া নামৰ দুজন কৰ্মচাৰী । স্থানীয়লোকৰ মতে উদ্যোগ কৰ্তৃপক্ষৰ গাফিলটিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড । যাৰফলত কৰুণ মৃত্যুক আকোৱালি লৈছিল কৰ্মচাৰীকেইজনে|
পলাশবাৰীৰ অজন্তা ফাৰ্মাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী - অগ্নিকাণ্ড
পলাশবাৰীৰ অজন্তা ফাৰ্মাত উপস্থিত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী৷ যোৱা ৩১ আগষ্টত দক্ষিণ কামৰূপৰ পলাশবাৰীত দুজন কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মান প্ৰতিষ্ঠানটোত সৃষ্টি হৈছিল বৃহৎ ধ্বংসলীলা ৷ কেম্পানীৰটোৰ আচ-বাব, দৰ্জা-খিৰিকিকে ধৰি বিলাসী বাহন পৰ্যন্ত ভাঙি পেলাইছিল উত্তেজিত জনতাই
পলাশবাৰী, 4 চেপ্তেম্বৰঃ যোৱা ৩১ আগষ্টত দক্ষিণ কামৰূপৰ পলাশবাৰীত দুজন কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানটোত সৃষ্টি হৈছিল বৃহৎ ধ্বংসলীলা৷ কেম্পানীৰটোৰ আচ-বাব, দৰ্জা-খিৰিকীকে ধৰি বিলাসী বাহন পৰ্যন্ত ভাঙি পেলাইছিল উত্তেজিত জনতাই৷ উল্লেখ্য যে যোৱা ৩১ আগষ্টৰ পুৱতি নিশা পলাশবাৰীস্থিত অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মান উদ্যোগটোত প্ৰায় ৪:৩০ বজাত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে । এই অগ্নিকাণ্ডত নিহত হয় মিৰ্জা বজাৰাপাৰাৰ জিটু দাস আৰু মাজকুচিৰ মহেশ ঠাকুৰীয়া নামৰ দুজন কৰ্মচাৰী । স্থানীয়লোকৰ মতে উদ্যোগ কৰ্তৃপক্ষৰ গাফিলটিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড । যাৰফলত কৰুণ মৃত্যুক আকোৱালি লৈছিল কৰ্মচাৰীকেইজনে|
Body:Vo..যোৱা ৩১ আগষ্টত দক্ষিণ কামৰূপৰ পলাশবাৰীত দুজন কৰ্মচাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মান প্ৰতিষ্ঠানটোত সৃষ্টি হৈছিল বৃহৎ ধ্বংস লীলা । উত্তেজিত জনতাই চলাইছিল এই বৃহৎ ধ্বংস লীলা । এফালৰ ভাঙি তচ-নচ কৰি গৈছিল উদ্যোগটোৰ দৰ্জা-খিৰিকিকে ধৰি বিভিন্ন আচ-বাব । সকলো ডাঙৰ-সৰু মেচিন আদিকে ধৰি বিলাসী বাহন পৰ্যন্ত ভাঙি পেলাইছিল উত্তেজিত জনতাই । উল্লেখ্য যে যোৱা ৩১ আগষ্টৰ পুৱতি নিশা পলাশবাৰীস্থিত অজন্তা ফাৰ্মা নামৰ ঔষধ নিৰ্মান উদ্যোগটোত প্ৰায় ৪:৩০ বজাত অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে । এই অগ্নিকাণ্ডত নিহত হয় মিৰ্জা বজাৰাপাৰাৰ জিটু দাস আৰু মাজকুচিৰ মহেশ ঠাকুৰীয়া নামৰ দুজন কৰ্মচাৰী । স্থানীয়লোকৰ ম'তে উদ্যোগ কৰ্তৃপক্ষৰ গাফিলটিৰ বাবে সংঘটিত হয় এই অগ্নিকাণ্ড । যাৰফলত কৰুণ মৃত্যুক আকোৱালি লৈছিল কৰ্মচাৰীকেইজনে তাৰবাবে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ।
উত্তেজিত জনতাই বৃহৎ উদ্যোগটোৰ আচ-বাব সমুহ লণ্ড-ভণ্ড কৰি পেলোৱাত উদ্যগটো সম্পুৰ্ণৰূপে বন্ধ হৈ পৰে । আজি সন্ধিয়া অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্যোগটোত চলি যোৱা ধব্বংশলীলা স্ব চক্ষুয়ে প্ৰত্যক্ষ কৰি যি সকল । দুস্কৃতিকাৰিৰ বাবে এই উদ্যোগটোৰ বৃহৎ ক্ষতি হ'ল সেইসকল দুস্কৃতিকাৰীক কোনোপধ্যে ৰেহাই দিয়া নহয় লগতে পুনৰবাৰ যেন এনে অনুৰূপ ঘটনা সংঘটিত নহয় তাৰবাবে সকলোকে আহ্বান জনাই । কিয়ণো এনেকুৱা ধৰণৰ ক্ষতিৰ বাবে হয়টো ৰাজ্যত বৃহৎ উদ্যোগসমুহ আহিবলৈ সংকোচ কৰিব যাৰফলত ৰাজ্যত নিবনুৱা সমস্যাৰ ভয়াৱহতাই দেখা দিব ।
Bite... MinisterConclusion:আনহাতে বৰ্তমান অঞ্চলটোত প্ৰশাসনে বলবৎ কৰিছে ১৪৪ ধাৰা ।
দক্ষিণ কামৰূপ/আজাৰা অজয় দাস,etv bharat assam