- ছয়গাঁৱৰ জোৰশিমুলিত অঘটন
- পুখুৰীত ডুবি মইনা বেগম নামৰ এটি 7 বছৰীয়া শিশুৰ কৰুণ মৃত্যু
- সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰে শিশুটি
- পুখুৰীৰ পৰা শিশুটিক উদ্ধাৰ কৰি সোণতলী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে
পুখুৰীত পৰি শিশুৰ মৃত্যু
ছয়গাঁৱৰ জোৰশিমুলিত সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰি এটি 7 বছৰীয়া শিশুৰ মৃত্যু ৷
ছয়গাঁৱৰ জোৰশিমুলিত সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰি এটি 7 বছৰীয়া শিশুৰ মৃত্যু
- ছয়গাঁৱৰ জোৰশিমুলিত অঘটন
- পুখুৰীত ডুবি মইনা বেগম নামৰ এটি 7 বছৰীয়া শিশুৰ কৰুণ মৃত্যু
- সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰে শিশুটি
- পুখুৰীৰ পৰা শিশুটিক উদ্ধাৰ কৰি সোণতলী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে
boko_chaygaon
জোৰশিমুলিত পুখুৰীত পৰি শিশুৰ মৃত্যু
আজি ছয়গাঁৱৰ জোৰশিমুলিত সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত এটি 7 বছৰীয়া শিশুৰ মৃত্যু হয়
ছয়গাওঁ, 5 জুলাইঃ
ছয়গাঁৱৰ জোৰশিমুলিত অঘটন ।
পুখুৰীত ডুবি মইনা বেগম নামৰ এটি 7 বছৰীয়া শিশুৰ কৰুণ মৃত্যু ।
সমনীয়াৰ সৈতে খেলি থকা সময়ত হঠাৎ পুখুৰীত পৰে শিশুটি ।
পুখুৰীৰ পৰা শিশুটিক উদ্ধাৰ কৰি সোণতলী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।