ETV Bharat / state

চৌতাৰাত পথ দুৰ্ঘটনাত নিহত বাইক আৰোহী

author img

By

Published : Mar 11, 2021, 7:03 PM IST

ছয়গাঁৱৰ গৰৈমাৰীৰ সমীপৰ চৌতাৰাত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন বাইক আৰোহী ৷

ছয়গাঁৱৰ চৌতাৰাত পথ দুৰ্ঘটনাত নিহত এজন বাইক আৰোহী

বকো,11 মাৰ্চ: কামৰূপ জিলাৰ গৰৈমাৰীৰ চৌতাৰাত বৃহস্পতিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছৰ খুন্দাত নিহত হৈছে এজন বাইক আৰোহী । নিহত বাইক আৰোহীজনৰ নাম ছিদ্দিক চাহানুৰ (45) বুলি জানিব পৰা গৈছে । ছিদ্দিক চাহানুৰৰ ঘৰ বৰপেটা জিলাৰ গান্ধী নগৰত । দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS 15 B 8122 ।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাছখনে । বাছখনৰ নম্বৰ AS 01 BC 5786 বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কৰিমগঞ্জত জব্দ বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.