ETV Bharat / state

বকোত শোকাবহ দুৰ্ঘটনা : থিতাতে মৃত্যু এজনৰ

author img

By

Published : Jan 23, 2020, 7:53 PM IST

বকোৰ শিংৰাৰ সমীপৰ শালনিত শোকাবহ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ বিপৰীতে 5 জন লোক আহত হয় ৷

BOKO road accident : One died
বকোত শোকাবহ দুৰ্ঘটনা : থিতাতে মৃত্যু এজনৰ

বকো,23 জানুৱাৰী: বকোৰ শিংৰাৰ সমীপৰ শালনিত বৃহস্পতিবাৰে শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ শাল গছত খুন্দা অল্ট' বাহনৰ । থিতাতে নিহত এজন যুৱক । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ৫ জন যুৱক। নিহত যুৱকজনৰ নাম হৈছে নজিৰ হুছেইন । নজিৰৰ ঘৰ পলাশবাৰী পানীখাইটীৰ হেংৰাৰটাৰীত । আঘাতপ্ৰাপ্ত কেইজন হৈছে দিলবৰ আলী, আলী হুছেইন, বাহাৰুল ইছলাম, ৰবিউল হুছেইন আৰু আজগৰ আলী । আহত কেইজনক উন্নত চিকিৎসাৰ বাবে GMCH লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে । জানিব পৰা মতে জলেশ্বৰৰ উৰুছ মেলাৰ পৰা উভটাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত পতিত মাৰুতি অল্ট'খনৰ নম্বৰ AS01-DY-1671 ৷

লগতে পঢ়ক:চিৰাঙৰ বিজনীত ড্ৰাগছ সহ আটক সৰবৰাহকাৰী

Intro:Body:বকোৰ শিংৰাৰ সমীপৰ শালনিত শোকাবহ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ শাল গছত খুন্দা অল্টো বাহনৰ। থিতাতে নিহত এজন যুৱক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন ৫জন যুৱক। নিহত নজিৰ হুছেইন (৩২)। নজিৰৰ ঘৰ পলাশবাৰী পানীখাইটীৰ হেংৰাৰটাৰীত। আঘাতপ্ৰাপ্ত দিলবৰ আলী, আলী হুছেইন, বাহাৰুল ইছলাম। আন দুজন আঘাতপ্ৰাপ্ত ৰবিউল হুছেইন আৰু আজগৰ আলী। আঘাতপ্ৰাপ্ত ৫জনকেই উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ। জলেশ্বৰৰ উৰুছ মেলাৰ পৰা উভটাৰ পথত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত মাৰুতি অল্টোখনৰ নম্বৰ AS01-DY-1671।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.