- নৈত উটি আহি ছমৰীয়া দলঙত আৱদ্ধ মৃতদেহটো
- মৃতদেহটো প্ৰায় ৩৫ বছৰীয়া যুৱকৰ
- কলা পেন্ট আৰু গেঞ্জি পৰিহিত অৱস্থাত থকা মৃতদেহটো চিনাক্ত হোৱা নাই
- ডিঙিত গামোচাৰে বান্ধি থোৱা মৃতদেহটো হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ
- ঘটনা সন্দৰ্ভত ছমৰীয়া আৰক্ষী পহৰা চকীত খবৰ দিয়ে স্থানীয় লোকে
মৰাকলহী নৈত মৃতদেহ উদ্ধাৰ
বকোৰ ছমৰীয়াৰ মৰাকলহী নৈত উদ্ধাৰ প্ৰায় 35 বৰ্ষীয় এজন লোকৰ মৃতদেহ ৷
মৰাকলহী নৈত মৃতদেহ উদ্ধাৰ
- নৈত উটি আহি ছমৰীয়া দলঙত আৱদ্ধ মৃতদেহটো
- মৃতদেহটো প্ৰায় ৩৫ বছৰীয়া যুৱকৰ
- কলা পেন্ট আৰু গেঞ্জি পৰিহিত অৱস্থাত থকা মৃতদেহটো চিনাক্ত হোৱা নাই
- ডিঙিত গামোচাৰে বান্ধি থোৱা মৃতদেহটো হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ
- ঘটনা সন্দৰ্ভত ছমৰীয়া আৰক্ষী পহৰা চকীত খবৰ দিয়ে স্থানীয় লোকে
Intro:Body:বকো ছমৰীয়াৰ মৰাকলহী নৈত মৃতদেহ প্ৰত্যক্ষ। নৈত উটি আহি ছমৰীয়া দলঙত আৱদ্ধ। মৃতদেহটো প্ৰায় ৩৫ বছৰীয়া যুৱকৰ। কলা পেন্ট আৰু গেঞ্জি পৰিহিত। চিনাক্ত হোৱা নাই মৃতদেহটোৰ। হত্যা কৰি নৈত পেলাই দিয়াৰ সন্দেহ। ডিঙিত গামোচা এখনেৰে বান্ধি থোৱা আছে। ঘটনা সন্দৰ্ভত ছমৰীয়া আৰক্ষী পহৰা চকীত খবৰ দিয়ে স্থানীয় লোকে।Conclusion: