ETV Bharat / state

বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰকৰ আসন ত্যাগ কৰিব অমৰেন্দ্ৰ গগৈয়ে ! - বিহু সম্ৰাজ্ঞী

সংবাদমেলত কয় যে এনেকুৱা পক্ষপাতমূলক কোনো কাম মই কৰা নাই আৰু আগলৈও নকৰো বুলি স্পষ্ট মন্তব্য কৰে বিচাৰক গৰাকীয়ে ।

বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ বিস্ফোৰক মন্তব্য ডঃ অমৰেন্দ্ৰ গগৈৰ
author img

By

Published : Apr 21, 2019, 8:29 PM IST

গুৱাহাটী, ২১ এপ্ৰিলঃ গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰে বৰ্ষীয়ান বিচাৰক ডঃ অমৰেন্দ্ৰ গগৈয়ে । সংবাদ মেলত নিজৰ স্থিতি স্পষ্ট কৰিলে বিচাৰক গৰাকীয়ে ।

সংবাদমেলত বিচাৰক গৰাকীয়ে মোৰ তালিকাত প্ৰথম নিলাম হোৱা নাছিল, বিতপী গগৈ নামৰ বিহুৱতী গৰাকীহে হৈছিল । গতিকে মোক ইমান ডাঙৰ অপমান দিয়াৰ পিছত আগলৈ আৰু বিহু সম্ৰাজ্ঞীৰ বিচাৰক নহওঁ বুলিও স্পষ্ট কৰি দিয়ে গগৈয়ে । সংবাদমেলত তেওঁ আৰু কয় যে এনেকুৱা পক্ষপাতমূলক কোনো কাম মই কৰা নাই আৰু আগলৈও নকৰো বুলি স্পষ্ট মন্তব্য কৰে বিচাৰক গৰাকীয়ে । প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিছিল বিতপী গগৈয়ে । উল্লেখ্য যে, লতাশিল বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাৰ ফলাফলক লৈ কিছু সংখ্যক প্ৰতিযোগীয়ে তেওঁলোকৰ ফলাফল সম্পৰ্কত অসন্তুষ্টি ব্যক্ত কৰিছিল ‌বুলিও মন্তব্য কৰে ।

Intro:অৱশেষত মুখ খুলিলে লতাশিল বিহু সম্ৰাজ্ঞীক লৈ বিতৰ্কত সাঙোৰ খোৱা বিচাৰক ডঃ অমৰেন্দ্ৰ গগৈয়ে ।দেওবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল আয়োজন কৰি বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰে বৰ্ষীয়ান বিচাৰক গৰাকীয়ে । তেওঁৰ স্পষ্ট কথা মোৰ নামটো বিতৰ্কত সাঙোৰ খোৱাত মই বৰ দুখ পাইছো ।কিয়নো মোৰ তালিকাত প্ৰথম নিলম হোৱা নাছিল, বিতপী গগৈ নামৰ বিহুৱতী গৰাকীহে হৈছিল । গতিকে মোক ইমান ডাঙৰ অপমান দিয়াৰ পিছত আগলৈ আৰু বিহু সম্ৰাজ্ঞীৰ বিচাৰক নহও বুলিও স্পষ্ট কৰি দিয়ে গগৈয়ে । সংবাদমেলত তেওঁ আৰু কয় যে এনেকুৱা পক্ষপাতমূলক কোনো কাম মই কৰা নাই আৰু আগলৈও নকৰো । সংবাদমেলত পুনৰবাৰ স্পষ্ট কৰি দিয়ে যে প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিছিল বিতপী গগৈয়ে ‌ । উল্লেখ্য যে লতাশিল বিহু সম্ৰাজ্ঞীৰ প্ৰতিযোগিতাৰ ফলাফলক লৈ কিছু সংখ্যক প্ৰতিযোগিয়ে তেওঁ লোকৰ ফলাফল সম্পৰ্কত অসন্তুষ্টি ব্যক্ত কৰিছিল ‌। মুঠ ৬ গৰাকী বিচাৰকৰ ভিতৰত জেষ্ঠ্য আছিল অমৰেন্দ্ৰ গগৈ । প্ৰতিযোগিতা খনৰ বিতৰ্কক লৈ এইদৰেই নিজৰ স্থিতি স্পষ্ট কৰিলে বিচাৰক গৰাকীয়ে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.