ETV Bharat / state

দ-খাৱৈত বাগৰি পৰিল চাৰিচকীয়া বাহন !

বাইহাটা চাৰিআলিত সংঘটিত হোৱা পথ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা চাৰিচকীয়া বাহনৰ চালকৰ ৷

Baihata road accident
দ-খাৱৈত বাগৰি পৰিল চাৰিচকীয়া বাহন !
author img

By

Published : Dec 1, 2019, 12:09 PM IST

কামৰূপ,1 ডিচেম্বৰঃ দেওবাৰে পথ দুৰ্ঘটনা সংঘটিত হয় বাইহাটা চাৰিআলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰে AS25BC 5241নম্বৰৰ এখন চাৰিচকীয়া বাহন ৷ মঙলদৈৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালকজনৰ ৷

দ-খাৱৈত বাগৰি পৰিল চাৰিচকীয়া বাহন !

স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি, ঘন কুৱলীৰ বাবে বাহনখনৰ চালকে পথ প্ৰত্যক্ষ কৰিব নোৱাৰি দুৰ্ঘটনাটো সংঘটিত কৰে ৷

অন্য এক খবৰৰ বাবে ; ৰাইজক মাধমাৰ শোধাই পিঁয়াজৰ মূল্য প্ৰতিকিলোত 90 টকালৈ বৃদ্ধি

Intro:
V/O - বাইহাটা চাৰিআলিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা। দেওবাৰে পুৱা মঙ্গলদৈৰ পৰা AS25BC 5241, নম্বৰৰ বিলাসী বাহনখনে গুৱাহাটীলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে । ঘন কুৱলীৰ বাবে চালকে পথটি ভালদৰে ধৰিব নোৱাৰি দুৰ্ঘটণাটি সংঘটিত হোৱা বুলি ধাৰনা কৰে স্থানীয় ৰাইজে । দুৰ্ঘটণা গ্ৰস্ত বাহন খনৰ চালক জনৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।
বাইট:---
বাইট:---Body:
Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.