ETV Bharat / state

পুঠিমাৰি উপস্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী আৱাসত অগ্নিসংযোগ দুৰ্বৃত্তৰ

author img

By

Published : Jan 22, 2020, 8:43 PM IST

Updated : Jan 22, 2020, 9:16 PM IST

বাইহাটা চাৰিআলিৰ পুঠিমাৰি উপস্বাস্থ্য কেন্দ্ৰৰ অস্থায়ী মহিলা কৰ্মচাৰীৰ চৰকাৰীৰ আৱাসত নিশা দুৰ্বৃত্তৰ অগ্নি সংযোগ ৷ স্থানীয় কিশোৰ দাস নামৰ লোকজনৰ বিৰুদ্ধে এই কাৰ্য কৰাৰ অভিযোগ উত্থাপন মহিলাগৰাকীৰ ৷

Baihata Puthimari sub health-center fire incident
পুঠিমাৰি উপস্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী আৱাসত অগ্নিসংযোগ দুৰ্বৃত্তৰ

বাইহাটা, 22 জানুৱাৰী: নিশা বাইহাটা চাৰিআলিৰ পুঠিমাৰিত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা । পুঠিমাৰি উপস্বাস্থ্য কেন্দ্ৰৰ আৱাসত দুৰ্বৃত্তৰ অগ্নি সংযোগ । আৱাসটোত থকা অস্থায়ী মহিলা কৰ্মচাৰী দিপজ্যোতি কলিতাৰ শুই থকা অৱস্থাত দুৰ্বৃত্তই পেট্ৰ'ল ঢালি অগ্নি সংযোগ কৰে ।

পুঠিমাৰি উপস্বাস্থ্য কেন্দ্ৰৰ বিধৱা কৰ্মচাৰীৰ চৰকাৰী আৱাসত অগ্নিসংযোগ দুৰ্বৃত্তৰ

স্বামীৰ অকাল বিয়োগৰ পিচৰে পৰাই দিপজ্যোতি কলিতা নামৰ বিধবা মহিলা গৰাকীয়ে অস্থায়ী কৰ্মচাৰী হিচাপে কাম কৰি থকাৰ লগতে নিজ সন্তানৰ সৈতে আৱাসটোত বাস কৰি আহিছিল । এই কথা সহ্য কৰিব পৰা নাছিল স্বাস্থ্য কেন্দ্ৰটোৰ ওচৰৰে কিশোৰ দাস নামৰ ব্যক্তিজনে । কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত কৰ্মৰত কিশোৰ দাসে প্ৰায়ে মহিলা গৰাকীৰ আৱাস গৃহত নিশাৰ ভাগত অত্যাচাৰ চলাই আহিছিল বুলি অভিযোগ আনিছে মহিলা গৰাকীয়ে । মঙলবাৰে নিশা মহিলা গৰাকী শুই থকা অৱস্থাত কিশোৰ দাস নামৰ লোকজনেই পেট্ৰ'ল ঢালি আৱাসটো জ্বলাই দিয়াৰ চেষ্টা কৰে বুলি বৰ্তমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে । ঘটনাটোৰ পাছত ওচৰ চুবুৰীয়াৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় পৰিয়ালটোৱে । ইতিমধ্যে মহিলাগৰাকীয়ে কিশোৰ দাসৰ বিৰুদ্ধে কমলপুৰ আৰক্ষী থানাত ৰুজু কৰিছে এক গোচৰ ।

লগতে পঢ়ক: ন্যায়ালয়ৰ সমান্তৰালকৈ ৰাজপথটো অব্যাহত "কা" বিৰোধী সংগ্ৰাম

Intro:V/O -নিশা বাইহাটা চাৰিআলিৰ পুঠিমাৰিত চাঞ্চল্য । পুঠিমাৰি উপ স্বাস্থ্য কেন্দ্ৰৰ আবাসত দুৰ্বৃত্বৰ অগ্নি সংযোগ । আবাসটোত থকা অস্থায়ী কৰ্মচাৰি দিপজ্যোতি কলিতাই শুই থকা অৱস্থাত দুৰ্বৃত্বই পেট্ৰল ঢালি অগ্নি সংযোগ কৰে । স্বামীৰ অকাল বিয়োগৰ পিচৰে পৰাই দিপজ্যোতি কলিতা নামৰ বিধবা মহিলা গৰাকীয়ে অস্থায়ী কৰ্মচাৰি হিচাপে কাম কৰি থকাৰ লগতে নিজ সন্তানৰ সৈতে আবাসটোত বাস কৰি আহিছিল । এই কথা সহ্য কৰিব পৰা নাছিল স্বাস্থ্য কেন্দ্ৰটিৰ ওচৰৰে কিশোৰ দাস নামৰ ব্যক্তিজনে । কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত কৰ্মৰত কিশোৰ দাসে প্ৰায়ে মহিলা গৰাকীৰ আবাস গৃহত নিশাৰ ভাগত অত্যাচাৰ চলাইআহিছিল বুলিও অভিযোগ আনিছে মহিলা গৰাকী । নিশা কিশোৰ দাসে মহিলা গৰাকী শুই থকা অৱস্থাত পেট্ৰোল ধালি আবাসটো জ্বলাই দিয়াৰ চেষ্টা কৰে বুলিও আনে অভিযোগ । ওচৰ চুবুৰীয়াৰ সহযোগত জুই নুমাবলৈ সক্ষম হয় । ইতিমধ্যে মহিলা গৰাকীয়ে কিশোৰ দাসৰ বিৰুদ্ধে কমলপুৰ আৰক্ষী থানাত ৰুজু কৰিছে এক গোছৰ ।
বাইট:----
Body:.Conclusion:
Last Updated : Jan 22, 2020, 9:16 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.