ETV Bharat / state

বাইহাটাত জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা

author img

By

Published : Oct 18, 2019, 12:42 PM IST

বাইহাটা চাৰিআলিৰ মুক্তাপুৰ জয়কুছি সংযোগী দলং নিৰ্মানত হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ উক্ত দলঙখন নিৰ্মানৰ সময়ত যাতায়তৰ বাবে ওচৰতে এখন বাঁহৰ দলং নিৰ্মান কৰি দিছিল যদিও সেইখনৰো এতিয়া জৰাজীৰ্ন অৱস্থা ৷

বাইহাটাত জৰাজীৰ্ণ দলঙেৰে বিপদসংকুল যাত্ৰা

বাইহাটা, 18 অক্টোবৰঃ বাইহাটা চাৰিআলিৰ এখন জৰাজীৰ্ণ দলং ৷ যি দলঙৰ জৰাজীৰ্ণ অৱস্থাই দীৰ্ঘসময় ধৰি দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷ বাইহাটা চাৰিআলিৰ মুক্তাপুৰ জয়কুছি সংযোগী দলং নিৰ্মানত হেতালি খেলাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, উক্ত দলঙখন নিৰ্মানৰ সময়ত যাতায়তৰ বাবে ওচৰতে এখন বাঁহৰ দলং নিৰ্মান কৰি দিছিল যদিও সেইখনৰো এতিয়া জৰাজীৰ্ণ অৱস্থা ৷ ইতিমধ্যে বাঁহৰ দলঙখনৰ পৰা পৰি আঘাট প্ৰাপ্ত হৈছে বহুলোক ৷

বাইহাটাত জৰাজীৰ্ণ দলং

উক্ত দলঙখনৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে চিকিৎসালয়লৈ ৰোগীক নিবলৈ অঞ্চলটোলৈ আহিব নোৱাৰে এম্বুলেঞ্চ ৷ সেয়েহে অতিশীঘ্ৰে দলঙখনৰ নিৰ্মান সম্পূৰ্ণ কৰাৰ বাবে দাবী জনাইছে অঞ্চলবাসীয়ে ৷

Intro:Baihata Dangerous Bamboo Bridge

V/O:---এখন দলঙে জলা কলা খুৱাইছে বাইহাটা চাৰিআলিৰ এটা বৃহত্তৰ অঞ্চলক । দলংখন নিৰ্মানৰ নামত ঠিকাদাৰে হেতালি খেলাৰ অভিযোগ । দলং খন নিৰ্মানৰ সময়ত যাতায়তৰ বাবে ওচৰতে এখন বাহৰ দলং নিৰ্মান কৰি দিছিল যদিও সেইখনৰো এতিয়া জৰাজীৰ্ন অৱস্থা । বাহৰ দলং খনৰ পৰা পৰি আঘাট প্ৰাপ্ত হৈছে অনেকজন । প্ৰায় ১৫ খন গাৱৰ সংযোগী এই মুক্তাপুৰ জয়কুছি সংযোগী পথত থকা দলংখন নিৰ্মানৰ কাম সম্পুৰ্ন নোহোৱাৰ ফলত যমৰ যাতনা ভূগিব লগীয়া হৈছে পথচাৰীৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী । চিকিৎসালয়লৈ নিব লগীয়া ৰোগীক নিবৰ বাবে নোসোমায় এম্বুলেঞ্চ । সেয়ে অতিশীঘ্ৰে দলং খনৰ নিৰ্মান কাৰ্য্য সম্পুৰ্ন কৰাৰ দাবী জনাইছে অঞ্চলবাসীয়ে ।
বাইট:---
বাইট:---
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.