ETV Bharat / state

PNRD ৰ বিসংগতিৰ বিৰুদ্ধে উত্তাল দীঘলীপুখুৰী

দুৰ্নীতি আৰু PNRDৰ জালিয়াতি উচ্চ ন্যায়লয়ৰ তদন্ত বিচাৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান ছাত্ৰ সন্থাৰ

PNRD ৰ বিসংগতিৰ বিৰুদ্ধে উত্তাল দীঘলীপুখুৰী
author img

By

Published : Mar 20, 2019, 11:07 PM IST

গুৱাহাটী, 20 মাৰ্চঃ গুৱাহাটীৰ দীঘলী পুখুৰীপাৰত সদৌ অসম ছাত্ৰ সন্থাইPNRD পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ । চৰকাৰৰ ছত্ৰছাঁয়াত মন্ত্ৰী আমোলাই অঙহী বঙহীক চাকৰি দিয়াৰ অভিযোগ ছাত্ৰ-সন্থাৰ ।

দীঘলী পুখুৰীৰ পাৰত PNRD পৰীক্ষাৰ ফলাফলৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ খনে গুৰুত্বপূৰ্ণ বিভাগ পঞ্চায়ত, গ্ৰামোন্নয়ণ আৰু জনসংযোগত বিভিন্ন জালিয়াতিৰে মন্ত্ৰী আমোলাৰ অঙহী বঙহীক চাকৰি দি ছাত্ৰ-ছাত্ৰী জীৱনক লৈ হেতালী খেলা চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰ প্ৰতিবাদ কৰে । ছাত্ৰ সন্থাৰ অভিযোগ চৰকাৰৰ ছত্ৰ-ছায়াতে গঢ়ি উঠিছে চাকৰি বজাৰ আৰু পিছদুৱাৰেদি চাকৰি দিয়াৰ অভিযোগ । কিন্তু চকু মুদা কুলিৰ ভাও জুৰিছে সৰ্বানন্দ সোণোৱালে । বিজেপি চৰকাৰখনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিপক্ষে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিৰ স্বাৰ্থত জংগী আন্দোলন অব্যাহত ৰখাৰ হুমকা সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ । দুৰ্নীতি আৰু PNRDৰ জালিয়াতি উচ্ছ ন্যায়লয়ৰ তদন্ত বিচাৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷

Intro:দীঘলী পুখুৰীৰ পাৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে। অলপতে পি এণ্ড আৰ দি ৰ ফলাফল ঘোষণাৰ পিছত পোহৰলৈ অহা চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰিছে আছুৱে।

Body:আছুৰ সাধাৰণ সম্পাদক লোৰিন জ্যোতি য়ে কলে চৰকাৰৰ ভষ্ট্ৰাচাৰ কথা। এইখন চৰকাৰৰ ছত্ৰছাঁয়াত মন্ত্ৰী আমোলাৰ অংগহী বংগহীয়ে সকলো চাকৰিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পোৱাটোৰ ওপৰত প্ৰশ্ন উঠাই তেওঁ। p&r d চাকৰিৰ ব্যাপক অনিয়মীয়া আৰু দুৰ্নীতিৰ ক্ষেত্ৰত এই আন্দোলন আজিৰে পৰা আৰম্ভ হোৱা বুলি কলে তেওঁ।
Bite:-লোৰিন জ্যোতি

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.