ETV Bharat / state

মহৰিপাৰাত ভূৱনেশ্বৰ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ

শুকুৰবাৰে মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ৷ সভাত উপস্থিত হৈ প্ৰাৰ্থী গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ সমালোচনা কৰে৷

মহৰিপাৰাত ভূৱনেশ্বৰ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 6, 2019, 6:01 AM IST

তামুলপুৰ, 5 এপ্ৰিলঃ মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত মহৰিপাৰাত শুকুৰবাৰে মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়৷ সভাত উপস্থিত হৈ প্ৰাৰ্থীগৰাকীয়ে ভাৰতীয় জনতা দলক তীব্ৰ সমালোচনা কৰে৷

''নিৱনুৱাক চাকৰি দিম বুলি দম্ভ মৰা বিজেপিয়ে কিয় আজিলৈ চাকৰি দিব পৰা নাই । অসমত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নত যিকেইটা চাকৰি দিলে সেয়াও বিজেপি দলৰ নেতা কৰ্মীৰ সম্পৰ্কীয়ক হে দিলে'' বুলি সভাত মন্তব্য কৰে ভূৱনেশ্বৰ কলিতাই৷

মহৰিপাৰাত ভূৱনেশ্বৰ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ

ইয়াৰোপৰি যি গৰাকী মোদীয়ে বিদেশীয়ে টালি টোপোলা বান্ধিবৰ হ'ল বুলি কৈছিল সেইগৰাকী মোদীয়ে আকৌ বিদেশী আনি আমাক ধ্বংস কৰিব বিচাৰিছে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰে প্ৰাৰ্থী গৰাকীয়ে।

Intro:AnchurBody:VoConclusion:কোকোৰাঝাৰ আৰু মংগলদৈ লোকসভা সমষ্টিৰ সীমা মুৰিয়া মংগলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত মহৰিপাৰাত মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভূগনেশ্বৰ কলিতাৰ নিৰ্বাচনি প্ৰচাৰ সভা।
সভাত প্ৰাৰ্থী গৰাকীয়ে ভাৰতীয় জনতা পাৰ্টি ক তিব্ৰ সমালোচনা কৰে।নিৱনুৱাক চাকৰি দিম বুলি দম্ভমৰা বি জে পি য়ে কিয় আজি চাকৰি দিব পৰা নাই।অসমত পঞ্চায়ত আৰু গ্ৰম্যউন্নয়নত যিকেইটা চাকৰি দিলে সিও বি জে পি দলৰ নেতা কৰ্মিৰ সম্পৰ্কীয় ক হে দিলে।
অসম চুক্তি ক উলংঘা কৰি নাগৰিকত্ব আইন সংশোধন কৰি অধিক বিদেশী অসমলৈ আনিব বিচাৰিলে।যি গৰাকী মুদিয়ে বিদেশী য়ে টালি টোপোলা বান্ধিবৰ হল বুলি কৈছিল সেইগৰাকী মুদিয়ে আকৌ বিদেশী আনি আমাক ধংস কৰিব বিচাৰিচে বুলি কঠোৰ ভাষাৰে সমালোচনা কৰি ৰাইজৰ ওচৰত ভোট ভিক্ষা কৰে প্ৰাৰ্থী গৰাকী য়ে।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা,ETVbharat.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.