ETV Bharat / state

ডাইনীৰ সন্দেহত প্ৰহাৰ বৃদ্ধ দম্পত্তিক

author img

By

Published : May 12, 2019, 10:47 PM IST

আহত বৃদ্ধ দম্পত্তি দুজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে ।

অন্ধবিশ্বাসৰ বলি এহাল বৃদ্ধ দম্পত্তি

বকো, ১২ মেঃ কামৰূপ জিলাৰ বকোৰ দগাঁৱত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা । এহাল বৃদ্ধ দম্পত্তিক প্ৰহাৰ কৰিলে ৰাইজে ।

অন্ধবিশ্বাসৰ বলি এহাল বৃদ্ধ দম্পত্তি
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সময়তো কু সংস্কাৰ আৰু অন্ধবিশ্বাস জনসমাজৰ পৰা আঁতৰ হোৱা নাই । ইয়াৰ জ্বলন্ত উদাহৰণ, নিশা কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৰ গাওঁ বকোৰ দগাঁৱত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাটি । গাওঁখনৰ এহাল বুঢ়া-বুঢ়ীক ৰাজহুৱাভাৱে প্ৰহাৰ কৰে অঞ্চলটোৰ লোকে । ডাইনী সন্দেহত ৰাইজে প্ৰহাৰ কৰে লুইন্ড চাংমা(৮০) আৰু প্ৰিটিলা চাংমা (৬৫) নামৰ দম্পতীহালক । উক্ত ঘটনাটি আৰক্ষীয়ে খবৰ পোৱাত, বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত উদ্ধাৰ কৰে দুয়োকে । আহত বৃদ্ধ দম্পত্তি দুজনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও পৰৱৰ্তী সময়ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । লগতে এই ঘটনাক কেন্দ্ৰ কৰি এটা গোচৰ ৰুজু কৰা হব বুলি জনাইছে আৰক্ষীয়ে ।

লগতে আন এটা বাতৰি - ছাত্ৰীক বলাৎকাৰ কৰি ৰঙা ঘৰৰ আলহি এজন

Intro:বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সময়তো আজিৰ এই কংক্ৰীতৰ যুগত কু সংস্কাৰ আৰু অন্ধবিশ্বাস জনসমাজৰ পৰা আতৰ হোৱা নাই। ইয়াৰ জ্বলন্ত উদাহৰণ স্বৰূপে যোৱা নিশা কামৰূপ জিলাৰ অসম মেঘালয় সীমান্তৰ গাওঁ বকোৰ দগাওত সংঘটিত হোৱা মৰ্মান্তিক ঘটনাটি। জানিব পৰা মতে গাওঁখনৰ এহাল বুঢ়া বুঢ়ীক ৰাজহুৱাভাৱে প্ৰহাৰ কৰে অঞ্চলটোৰ লোকে। ডাইনী সন্দেহত ৰাইজৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত লুইন্ড চাংমা(৮০) আৰু প্ৰিটিলা চাংমা (৬৫) নামৰ দম্পতীহাল। এলেকাটোৰ সমাজ সংস্কাৰী মনোভাৱ থকা লোকৰ খৱৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষীৰ লোক। বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত যোৱা আৰক্ষীয়ে উদ্ধাৰ কৰে দুয়োকে। Body:আঘাটপ্ৰাপ্ত দুয়োকে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাযয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। অন্ধবিশ্বাস আৰু কু সংস্কাৰ আতৰ কৰাৰ বাবে যিমান সজাগতা বৃদ্ধি কৰিছে ইয়ো কনো কামত অহা নাই। অন্ধবিশ্বাসৰ বলি হৈ ৰাজহুৱা সভাৰ আয়োজন কৰিছিল একাংশই।Conclusion:BYTE_ JOGENDRA BARMAN, OC BOKO PS

বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যোগেন্দ্ৰ বৰ্মনে জনাইছে যে বৰ্তমানলৈকে এই ঘটনাৰ সম্বন্ধত কাকো গ্ৰেপ্তাৰ কৰা নাই যদিও ইয়াৰ অনুসন্ধান চলাই থকা হৈছে আৰু এই ঘটনাৰ সম্বন্ধত এটা গোচৰ ৰুজু কৰা হৱ। লগতে তেওঁ জনাই যে এনে ধৰণৰ ঘটনা এই অঞ্চলতোট প্ৰথমবাৰ সংঘটিত হৈছে। যদিও এই অঞ্চলতো আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.