- বকোত আলফাৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ দুই ভুৱা উগ্ৰপন্থী
- বকো আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ভুৱা আলফা
- গ্ৰেপ্তাৰ দুই ভুৱা আলফা ক্ৰমে অনল নাৰ্জাৰী আৰু মোনা বিশ্বাস
- ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰ আৰু অনুভৱ ইণ্ডাষ্ট্ৰিত ফোনযোগে ধনদাবী কৰে ভুৱা উগ্ৰপন্থীদ্বয়ে
বকোত আলফাৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ দুই ভুৱা উগ্ৰপন্থী - etv bharat
বকো আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ভুৱা আলফাদ
বকোত আলফাৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ দুই ভুৱা উগ্ৰপন্থী
- বকোত আলফাৰ নামত ধনদাবী কৰি গ্ৰেপ্তাৰ দুই ভুৱা উগ্ৰপন্থী
- বকো আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ভুৱা আলফা
- গ্ৰেপ্তাৰ দুই ভুৱা আলফা ক্ৰমে অনল নাৰ্জাৰী আৰু মোনা বিশ্বাস
- ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰ আৰু অনুভৱ ইণ্ডাষ্ট্ৰিত ফোনযোগে ধনদাবী কৰে ভুৱা উগ্ৰপন্থীদ্বয়ে
Intro:Body:বকোত আলফাৰ নামত ধনদাবী কৰা দুই ভুৱা উগ্ৰপন্থী গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে। গ্ৰেপ্তাৰ অনল নাৰ্জাৰী আৰু মোনা বিশ্বাস। ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰত ফোনযোগে দিছিল ধনদাবী।৭ মে'ৰ পৰা ফোনত ধনদাবী কৰিছিল অনুভৱ ইণ্ডাষ্ট্ৰিট। মেনেজাৰক ফোনযোগে দিছিল ভাবুকি।Conclusion: