কামৰূপ, 28 মাৰ্চঃ দেশৰ লগতে ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ । ৰাজনৈতিক দল নেতা সমৰ্থকৰ পৰা আৰম্ভ কৰিসাধাৰণলোকলৈ ।সকলো স্তৰতে চলিছে নিৰ্বাচন কেন্দ্ৰীক আলোচনা ।
২০১৯ চনৰ লোকসভা নিৰ্বাচনত দেশৰ জনতাই কাক ভোট প্ৰদান কৰিব ? কি ভাৱে সাধাৰণ জনতাই! আগন্তুক নিৰ্বাচন সন্দৰ্ভত আমিনগাঁৱৰ পৰা ই টিভি ভাৰতৰ সাংবাদিক সোনটি দাসৰ এক প্ৰতিবেদন ৷