ETV Bharat / state

আমিনগাঁও আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

author img

By

Published : Mar 1, 2021, 3:54 PM IST

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ সোমবাৰে আমিনগাঁও আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত হাতে-লোটে আটক হয় ৰতন আলি নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ হাজো দলৈতোলাৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় 1লাখ টকা মূল্যৰ হেৰ'ইন ৷

amingaon-police-seized-drugs
আমিনগাঁও আৰক্ষীৰ জালত ড্ৰাগছসহ সৰবৰাহকাৰী

আমিনগাঁও,1 মাৰ্চ:নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ সোমবাৰে আমিনগাঁও আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত হাতে-লোটে আটক হয় ৰতন আলি নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ জানিব পৰা মতে, গুৱাহাটী ২ নং ৰেল'ৱে গে'টৰ পৰা হাজোলৈ গৈ থকা অৱস্থাতে আৰক্ষীয়ে আটক কৰে ৰতন আলিক ৷

হাজো দলৈতোলাৰ ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে প্ৰায় 1 লাখ টকা মূল্যৰ হেৰ'ইন ৷ ইপিনে, আমিনগাঁৱত বহুদিন ধৰি অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ আনহাতে, আমিনগাঁও আৰক্ষীয়ে বৰ্তমানেও সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃলখিমপুৰত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.