ETV Bharat / state

কাৰ হাতত, কি অৱস্থাত আছে সুধাকণ্ঠৰ 'ভাৰত ৰত্ন' সন্মান ! - লেনীন সৌৰভ

সুধাকণ্ঠৰ ভাৰত ৰত্ন বৰ্তমান ক'ত আছে তাৰ সন্ধান বিচাৰি আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে অধিবক্তাই

ক'ত গ'ল সুধাকণ্ঠৰ 'ভাৰত ৰত্ন'!
author img

By

Published : Aug 17, 2019, 8:38 PM IST

কামৰূপ, 17 আগষ্টঃ ভূপেন হাজৰিকাৰ ভাৰতৰত্ন সন্দৰ্ভত এজাহাৰ দাখিল কৰিলে এগৰাকী অধিবক্তাই । মহানগৰীৰ আজাৰা থানাত এজাহাৰ দাখিল কৰে অধিবক্তা প্ৰিয়াংকু প্ৰতীম পৰাশৰে ৷ সুধাকণ্ঠৰ ভাৰত ৰত্ন বৰ্তমান ক'ত আছে তাৰ সন্ধান নাই বুলি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত ৷ যাৰ বাবে সুধাকণ্ঠৰ ভাৰত ৰত্নৰ সন্ধান বিছাৰি দাখিল কৰে এজাহাৰ ৷

আনহাতে, সুধাকণ্ঠই লাভ কৰা ভাৰতৰত্ন সম্পৰ্কে অৱগত কৰোৱাৰ দাবী কৰি 16 আগষ্টত দিছপুৰ থানাত এজাহাৰ দাখিল কৰে লেনীন সৌৰভ নামৰ এগৰাকী সাংবাদিকে ৷ যাৰ বাবে এজাহাৰ দাখিলৰ পাচতে বিষয় সন্দৰ্ভত বিতৰ্ক সৃষ্টি হৈছে বিভিন্ন মহলত ৷

উল্লেখ্য যে, অসমীয়াৰ হিয়াৰ আমঠু ড0 ভূপেন হাজৰিকাৰ ৰাষ্ট্ৰীয় পদকসমূহকে ধৰি সকলো পদক তেওঁ কৰি যোৱা ইচ্চাপত্ৰ অনুসৰি শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষিত আছে ৷ কিন্তু দেশৰ সৰ্বোচ্চ সন্মান 'ভাৰত ৰত্ন' বৰ্তমান পৰ্যন্ত সংৰক্ষিত হোৱা নাই কলাক্ষেত্ৰত ৷ যাৰ বাবে সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই গ্ৰহণ কৰা 'ভাৰত ৰত্ন' ক'ত গ'ল বুলি এজাহাৰ দাখিল কৰে ৷

Intro:ভূপেন হাজৰিকাৰ ভাৰতৰত্ন সন্দৰ্ভত মহানগৰীৰ আজাৰা থানাত এজাহাৰ দাখিল কৰিলে এগৰাকী অধিবক্তাই ।
Body:Vo..ভূপেন হাজৰিকাৰ ভাৰতৰত্ন সন্দৰ্ভত মহানগৰীৰ আজাৰা থানাত এজাহাৰ দাখিল কৰিলে এগৰাকী অধিবক্তাই । উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰিয়াংকু প্ৰতীম পৰাশৰে দাখিল কৰিলে এই এজাহাৰ । সুধাকণ্ঠৰ ভাৰত ৰত্ন বৰ্তমান কত আছে তাৰ সন্ধান নাই বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে । অধিবক্তা জনে ভাৰত ৰত্নৰ সন্ধান বিছাৰিয়ে দাখিল কৰিলে এই এজাহাৰ খন । তেও এজাহাৰত "অসমীয়াৰ হিয়াৰ আমঠু ড° ভূপেন হাজৰিকাৰ জাতিটোৰ প্ৰতি থকা মৰম-চেনেহবোৰ ভাৰত ৰত্নত জড়িত হৈ আছে ।Conclusion:তেও অন্যান্য ৰাষ্ট্ৰীয় পদকসমুহ তেও কৰি যোৱা ইচ্ছাপত্ৰ ম'তে সকলো শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষিত আছে কিন্তু দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন পুত্ৰ তেজ হাজৰিকাই ক'ত লৈ গ'ল বুলি এজাহাৰ দাখিল কৰে ।

Bite. অধিবক্তা ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.