ETV Bharat / state

বকোত ডাম্পাৰৰ চেপাত নিহত এজন

মঙলবাৰে নিশা সংঘটিত দুৰ্ঘটনাত নিহত হয় বিপিন বসুমতাৰী(১৯) নামৰ এজন যুৱক ৷ ডাম্পাৰ চেপাত নিহত হয় বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ ৷ নিহত যুৱকজনৰ ঘৰ ধুপধৰাৰ ধনুভাঙাত বুলি জানিব পাৰ গৈছে ৷

author img

By

Published : May 22, 2019, 9:30 AM IST

বকোত ডাম্পাৰৰ চেপাত মৃত্যু এজনৰ

কামৰূপ, 22 মে': বকোৰ অসম মেঘালয় সীমান্তৱৰ্ত্তী লাম্পীত শোকাৱহ দুৰ্ঘটনা ৷ মঙলবাৰে নিশা সংঘটিত দুৰ্ঘটনাত নিহত হয় বিপিন বসুমতাৰী(১৯) নামৰ এজন যুৱক ৷ ডাম্পাৰ চেপাত নিহত হয় বুলি মন্তব্য প্ৰত্যক্ষদৰ্শীৰ ৷ নিহত যুৱকজনৰ ঘৰ ধুপধৰাৰ ধনুভাঙাত বুলি চিনাক্ত । ডাম্পাৰৰ কৰ্মচাৰী আছিল নিহত বিপিন বসুমতাৰী । এঢলীয়া ঠাইত ডাম্পাৰখন ৰখাবলৈ যাওঁতে সংঘটিত হয় অঘটন । আনহাতে, বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা পথতে নিহত হয় বিপিন বসুমতাৰী ।

Intro:Body:বকোৰ অসম মেঘালয় সীমান্তৱৰ্ত্তী লাম্পীত যোৱা নিশা সংঘটিত দুৰ্ঘটনাত যুৱক এজন নিহত। ডাম্পাৰ চেপাত নিহত যুৱকজন বিপিন বসুমতাৰী(১৯)। বিপিন বসুমতাৰীৰ ঘৰ ধুপধৰাৰ ধনুভাঙাত। যুৱকজন ডাম্পাৰৰ কৰ্মচাৰী আছিল। এঢলীয়া ঠাইত ডাম্পাৰখন ৰখাবলৈ যাওঁতে সংঘটিত হয় অঘটন। বিপিনক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনাৰ পথত নিহত হয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.