ETV Bharat / state

বকোত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন

author img

By

Published : Feb 13, 2021, 8:26 AM IST

শুকুৰবাৰে দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে পালন কৰিলে শ্বহীদ দিৱস । শ্বহীদসকলক স্মৰণ কৰি শ্বহীদ তৰ্পণ, নাম-প্ৰসংগ, জিকিৰ, সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আত্মাৰ সদগতি কামনা কৰে ৷

বকোত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন
বকোত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন

বকো,13 ফেব্ৰুৱাৰী: অসম আন্দোলনত দক্ষিণ কামৰূপৰ পৰা শ্বহীদ হোৱা সাতগৰাকী শ্বহীদক স্মৰণ কৰি দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাই ১২ ফেব্ৰুৱাৰীৰ দিনটোত পালন কৰি আহিছে শ্বহীদ দিৱস । তাৰ সমান্তৰালভাবে বকোতো শুকুৰবাৰে দক্ষিণ-পশ্চিম কামৰূপ ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে পালন কৰে শ্বহীদ দিৱস । শ্বহীদসকলক স্মৰণ কৰি শ্বহীদ তৰ্পণ, নাম-প্ৰসংগ, জিকিৰ, সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আত্মাৰ সদগতি কামনা কৰে ৷

ইপিনে, ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে নাগৰিকত্ব সংশোধনী আইন কোনোপধ্যে নামানো বুলি প্ৰকাশ কৰে । লগতে সংগঠনটোৱে এই আইনৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যোৱাৰ লগতে ন্যায়পালিকাৰ দ্বাৰস্থ হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়কঃ 18 ফেব্ৰুৱাৰীৰ পৰা পৰ্যটকৰ বাবে মুকলি ৰামোজী ফিল্ম চিটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.