ETV Bharat / state

ৰঙিয়াৰ বৰদলত উদ্ধাৰ অজগৰ

author img

By

Published : Jun 12, 2021, 9:55 AM IST

ৰঙিয়াৰ বৰদলত উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ ৷ স্থানীয় ৰাইজে অজগৰটো উদ্ধাৰ কৰি বন বিভাগ(Forest Department)ক গতাই দিয়ে ৷

python rescued
ৰঙিয়াৰ বৰদলত উদ্ধাৰ এটা অজগৰ সাপ

ৰঙিয়া, 12 জুন : ৰঙিয়াৰ বৰদলত উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ । ৰাস্তাৰে পাৰ হৈ থকা অৱস্থাত অজগৰটোৰ ওপৰত চকু পৰে ৰাইজৰ । লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৰাইজৰ মাজত ।

অৱশেষত স্থানীয় কেইজনমান সাহসী যুৱকে অজগৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অজগৰটো প্ৰায় দহ ফুট দৈৰ্ঘৰ আৰু পোন্ধৰ কেজি ওজনৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অজগৰটো উদ্ধাৰ কৰি ৰাইজে বন বিভাগক খবৰ দিয়ে । খবৰ দিয়াৰ কিছুসময় পিচত বন বিভাগ(Forest Department)ৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অজগৰটো লৈ যায় ।

লগতে পঢ়ক : জামুগুৰিত ব্ৰহ্মপুত্ৰত নিখোজ এজন শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.