ETV Bharat / state

মুম্বাইৰ পৰা আহি জন্মভূমিত উপস্থিত জুবিন গাৰ্গ - জুবিন গাৰ্গ

সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেইণ্টাইন চেণ্টাৰত নিশা 2.30 বজাত উপস্থিত হয় জুবিন গাৰ্গ । তাত স্বাস্থ্য পৰীক্ষাৰ পিচত শিল্পী গৰাকী হোটেল ৰেডিছন ব্লুলৈ কোৱাৰেন্টাইনৰ বাবে যায় ।

মুম্বাইৰ পৰা আহি জন্মভূমিত উপস্থিত জুবিন

author img

By

Published : May 12, 2020, 9:05 AM IST

Updated : May 12, 2020, 9:57 AM IST

গুৱাহাটী, 12 মে': মুম্বাইৰ পৰা আহি অৱশেষত গুৱাহাটীত উপস্থিত হ'ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ । মাজনিশা প্ৰায় ২.৩০ বজাত শিল্পী গৰাকী মুম্বাইৰ পৰা আহি উপস্থিত হয় সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেইণ্টাইন চেণ্টাৰত।

মুম্বাইৰ পৰা আহি জন্মভূমিত উপস্থিত জুবিন
মুম্বাইৰ পৰা আহি জন্মভূমিত উপস্থিত জুবিন

তাত স্বাস্থ্য পৰীক্ষা সম্পন্ন হোৱাৰ পাচত শিল্পী গৰাকীক হোটেল ৰেডিছন ব্লুলৈ কোৱাৰেন্টাইনৰ বাবে যায় । 14 দিনৰ বাবে ৰেডিছন ব্লুত কোৱাৰেন্টাইন হৈ থাকিব জুবিন গাৰ্গ আৰু মুম্বাইৰ পৰা একেখন বাছেৰে অহা তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু দুই সতীৰ্থ ।

জন্মভূমিত উপস্থিত জুবিন গাৰ্গ

দেশজুৰি লক্ ডাউন চলি থকাৰ ফলত পত্নীসহ মুম্বাইত আবদ্ধ হৈ আছিল শিল্পী গৰাকী। প্ৰায় দুমাহ পূৰ্বে গুৱাহাটীত এক অনুষ্ঠানত হঠাৎ অসুস্থ হৈ পৰা শিল্পী গৰাকী নেম কেয়াৰ হাস্পতালত কেইবা ধৰি চিকিৎসাধীন হৈ আৰোগ্য লাভ কৰি মুম্বাইলৈ জিৰণি ল'বলৈ গৈছিল ।

ZUBIN reach in Assam
সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেইণ্টাইন চেণ্টাৰত জুবিন

ইয়াৰ মাজতে কৰ'ণা ভাইৰাছৰ আতংকই দেখা দিয়াত দেশজুৰি 25 মাৰ্চৰ পৰা আৰম্ভ হয় লক্ ডাউন। লক্ ডাউনৰ ফলত পত্নী আৰু দুগৰাকী সতীৰ্থসহ মুম্বাইতে বহু দিন ধৰি আবদ্ধ হৈ আছিল জুবিন গাৰ্গ ।

ZUBIN reach in Assam
স্বাস্থ্য পৰীক্ষাৰ সময়ত জুবিন
ZUBIN reach in Assam
স্বাস্থ্য পৰীক্ষা গৰিমা শইকীয়া গাৰ্গৰ

ৰাজ্য চৰকাৰৰ সহযোগত যোৱা শুকুৰবাৰে শিল্পী গৰাকীয়ে পত্নী আৰু সতীৰ্থসহ এক বিশেষ বাছ যোগে গুৱাহাটী অভিমুখে যাত্ৰা কৰিছিল।

লগতে পঢ়ক : ন-প্ৰভাতৰ সুখৰ কিৰণ জানমণিৰ চোতালত !

Last Updated : May 12, 2020, 9:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.