- NIA আদালতলৈ হস্তান্তৰ হ'ল জুৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া
- প্ৰথমবাৰৰ বাবে NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত
- ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আটাইকেইজন অভিযুক্তক
- আশ্চৰ্যজনকভাৱে NIA এ জিম্মাত নিবিচাৰিলে এজনো অভিযুক্তক
- অৱশ্যে অসম আৰক্ষীয়ে প্রায় তদন্ত শেষ কৰিছিল সমগ্ৰ ঘটনাৰ
- আদালতত হাজিৰ কৰা হৈ আটাইকেইজন অভিযুক্ত ক্ৰমে বিজয় অসম, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্ময় লহকৰ, অমৃত বল্লভ গোস্বামী আৰু প্ৰকাশ ৰাজকোঁৱৰক
- ২ আগষ্টত পুনৰ NIA আদালতত হাজিৰ কৰোৱা হ'ব৭ অভিযুক্তক
জুৰোড বিস্ফোৰণৰ গোচৰ NIA আদালতলৈ হস্তান্তৰঃ আদালতত হাজিৰ অভিযুক্তক - guwahati
NIA আদালতলৈ হস্তান্তৰ হ'ল জুৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া ৷ প্ৰথমবাৰৰ বাবে NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত ৷
- NIA আদালতলৈ হস্তান্তৰ হ'ল জুৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া
- প্ৰথমবাৰৰ বাবে NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত
- ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আটাইকেইজন অভিযুক্তক
- আশ্চৰ্যজনকভাৱে NIA এ জিম্মাত নিবিচাৰিলে এজনো অভিযুক্তক
- অৱশ্যে অসম আৰক্ষীয়ে প্রায় তদন্ত শেষ কৰিছিল সমগ্ৰ ঘটনাৰ
- আদালতত হাজিৰ কৰা হৈ আটাইকেইজন অভিযুক্ত ক্ৰমে বিজয় অসম, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্ময় লহকৰ, অমৃত বল্লভ গোস্বামী আৰু প্ৰকাশ ৰাজকোঁৱৰক
- ২ আগষ্টত পুনৰ NIA আদালতত হাজিৰ কৰোৱা হ'ব৭ অভিযুক্তক
আদালতৰ পৰা NIA আডালতলৈ হস্তান্তৰ হল zoo road বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া #প্ৰথম বাৰৰ বাবে NIA court ত হাজিৰ zoo road বিস্ফোৰণৰ ৭ অভিযুক্তক
#১৪ দিনৰ ন্যায়িক জিম্মা লৈ প্ৰেৰণ আটাইকেইজন অভিযুক্তক
#আশ্চৰ্যজনক ভাৱে NIA এ জিম্মাত নিবিচাৰিলে এজনো অভিযুক্ত ক
#অৱশ্যে অসম আৰক্ষীয়ে প্রায় তদন্ত শেষ কৰিছিল সমগ্ৰ ঘটনাৰ
#আদালতত হাজিৰ কৰা হৈ আতাইকেইজন অভিযুক্ত ক্ৰমে বিজয় অসম, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্মই লহকৰ, অমৃত বল্লভ গোস্বামী, প্ৰকাশ ৰাজকোঁৱৰক
#২ আগষ্ট ত পুনৰ NIA court ত হাজিৰ কৰোৱা হব ৭ অভিযুক্তক
বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই ৷ গোচৰ NIA আদালতলৈহে স্থানান্তৰ হৈছে
Conclusion: