ETV Bharat / state

জুৰোড বিস্ফোৰণৰ গোচৰ NIA আদালতলৈ হস্তান্তৰঃ আদালতত হাজিৰ অভিযুক্তক

NIA আদালতলৈ হস্তান্তৰ হ'ল জুৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া ৷ প্ৰথমবাৰৰ বাবে NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত ৷

author img

By

Published : Jul 18, 2019, 3:03 PM IST

Updated : Jul 19, 2019, 10:36 AM IST

জোৰোড বিস্ফোৰণৰ গোচৰ NIA আদালতলৈ স্থানান্তৰ
  • NIA আদালতলৈ হস্তান্তৰ হ'ল জুৰোড বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া
  • প্ৰথমবাৰৰ বাবে NIA আদালতত হাজিৰ জুৰোড বিস্ফোৰণৰ ৭ অভিযুক্ত
  • ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আটাইকেইজন অভিযুক্তক
  • আশ্চৰ্যজনকভাৱে NIA এ জিম্মাত নিবিচাৰিলে এজনো অভিযুক্তক
  • অৱশ্যে অসম আৰক্ষীয়ে প্রায় তদন্ত শেষ কৰিছিল সমগ্ৰ ঘটনাৰ
  • আদালতত হাজিৰ কৰা হৈ আটাইকেইজন অভিযুক্ত ক্ৰমে বিজয় অসম, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্ময় লহকৰ, অমৃত বল্লভ গোস্বামী আৰু প্ৰকাশ ৰাজকোঁৱৰক
  • ২ আগষ্টত পুনৰ NIA আদালতত হাজিৰ কৰোৱা হ'ব৭ অভিযুক্তক

Intro:Body:

আদালতৰ পৰা NIA আডালতলৈ হস্তান্তৰ হল zoo road বিস্ফোৰণৰ বিচাৰ প্ৰক্ৰিয়া #প্ৰথম বাৰৰ বাবে NIA court ত হাজিৰ zoo road বিস্ফোৰণৰ ৭ অভিযুক্তক

#১৪ দিনৰ ন্যায়িক জিম্মা লৈ প্ৰেৰণ আটাইকেইজন অভিযুক্তক

#আশ্চৰ্যজনক ভাৱে NIA এ জিম্মাত নিবিচাৰিলে এজনো অভিযুক্ত ক

#অৱশ্যে অসম আৰক্ষীয়ে প্রায় তদন্ত শেষ কৰিছিল সমগ্ৰ ঘটনাৰ

#আদালতত হাজিৰ কৰা হৈ আতাইকেইজন অভিযুক্ত ক্ৰমে বিজয় অসম, জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু, সঞ্জীৱ তালুকদাৰ, চিন্মই লহকৰ, অমৃত বল্লভ গোস্বামী, প্ৰকাশ ৰাজকোঁৱৰক

#২ আগষ্ট ত পুনৰ NIA court ত হাজিৰ কৰোৱা হব ৭ অভিযুক্তক

বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই ৷ গোচৰ NIA আদালতলৈহে স্থানান্তৰ হৈছে

Conclusion:
Last Updated : Jul 19, 2019, 10:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.