নিউজ ডেস্ক, 13 মে' : লক্ ডাউনৰ সময়ছোৱাত অসাধু ব্যৱসায়ীয়ে যাতে গ্ৰাহকৰ পৰা খাদ্য-সামগ্ৰীৰ অতিৰিক্ত দাম ল'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য আৰু অসামৰিক যোগান বিভাগে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটৰ শেহেতীয়া খাদ্য সামগ্ৰী আৰু পাচলিৰ খুচুৰা আৰু পাইকাৰী দৰ নিৰ্ধাৰণ কৰিছে ৷
সকলো খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীয়ে এই নিৰ্ধাৰিত দামতে বিক্ৰী কৰিব লাগিব অত্যাৱশ্যকীয় সামগ্ৰী ৷
গুৱাহাটীত প্ৰশাসনে নিৰ্ধাৰণ কৰা খাদ্য সামগ্ৰীৰ দৰ এনেধৰণৰ :
যোৰহাটত প্ৰশাসনে নিৰ্ধাৰণ কৰা খাদ্য সামগ্ৰীৰ দৰ এনেধৰণৰ :
ডিব্ৰুগড়ত প্ৰশাসনে নিৰ্ধাৰণ কৰা খাদ্য সামগ্ৰীৰ দৰ এনেধৰণৰ :
লগতে পঢ়ক : চৰকাৰৰ প্ৰকৃত অৰ্থনৈতিক পেকেজ 4 লাখ কোটি টকাহে : ছিবাল