- দ' খাৱৈত বাগৰি পৰিল এখন চিমেণ্টভৰ্তি ট্ৰাক
- নিউ গুৱাহাটীৰ এফ চি আইৰ এম দি গেটত সংঘটিত হয় এই দুৰ্ঘটনা
- দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে AS 01W 3997
- পাৰ্কিং কৰি থোৱা অৱস্থাতে বাগৰি পৰিল দ' খাৱৈত
- দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক
দ' খাৱৈত পৰিল চিমেণ্টভৰ্তি ট্ৰাক - নিউ গুৱাহাটী
দ' খাৱৈত বাগৰি পৰিল এখন চিমেণ্ট ভৰ্তি ট্ৰাক ৷ মহানগৰীৰ নিউ গুৱাহাটীৰ এফ চি আইৰ এম দি গেটৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক ৷
দ খাৱৈত চিমেণ্ট ভৰ্তি ট্ৰাক
- দ' খাৱৈত বাগৰি পৰিল এখন চিমেণ্টভৰ্তি ট্ৰাক
- নিউ গুৱাহাটীৰ এফ চি আইৰ এম দি গেটত সংঘটিত হয় এই দুৰ্ঘটনা
- দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ হৈছে AS 01W 3997
- পাৰ্কিং কৰি থোৱা অৱস্থাতে বাগৰি পৰিল দ' খাৱৈত
- দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক
Intro:নিউ গুৱাহাটীৰ এফ চি আইৰ এম দি গেটত চিমেণ্ট ভৰ্তি এখন ট্ৰাক দ খাৱৈত । এখন ৰৈ থকা ট্ৰাক হঠাৎ খাৱৈত পৰাক লৈ হৈচৈ। ট্ৰাক খনৰ নম্বৰ AS01W3997।
Body:চিমেণ্ট ভৰ্তি কৰি পাৰ্কিং কৰি ৰখা অৱস্থাতে বাগৰি পৰিল দ খাৱৈত। ঘটনাত কোনো লোক হতাহতি হোৱা নাই। ঘটনাৰ লগে লগে যানবাহন আৰক্ষী ৰেলৱে আৰক্ষী ঘটনা স্থলীত উপস্থিত।
Conclusion:
Body:চিমেণ্ট ভৰ্তি কৰি পাৰ্কিং কৰি ৰখা অৱস্থাতে বাগৰি পৰিল দ খাৱৈত। ঘটনাত কোনো লোক হতাহতি হোৱা নাই। ঘটনাৰ লগে লগে যানবাহন আৰক্ষী ৰেলৱে আৰক্ষী ঘটনা স্থলীত উপস্থিত।
Conclusion: