গুৱাহাটী, 16 জুনঃ মঙলবাৰে ৰাজ্যত 10000 লোকৰ COVID 19 ৰ স্বাৱ পৰীক্ষণ সম্পূৰ্ণ হয় ৷ ৰাজ্যখনত মুঠতে 217,088 জন লোকৰ স্বাৱ পৰীক্ষা কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে কৰ'ণা বিৰোধী যুঁজত সমুখৰ পৰা নেতৃত্ব দি থকা চিকিৎসক,গৱেষক,সকলো ধৰণৰ কৰ্মীক টুইটাৰৰ জৰিয়তে সন্মান প্ৰদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
COVID19 সন্দৰ্ভত ৰাজ্যৰ শেহতীয়া তথ্য
ৰাজ্যখনত মুঠতে 217,088 জন লোকৰ স্বাৱ পৰীক্ষা কৰা হ'ব ৷
COVID 19 সন্দৰ্ভত ৰাজ্যৰ শেহতীয়া তথ্য