ETV Bharat / state

সন্ধ্যা 7 বজাৰ 10 টা শীৰ্ষ খৱৰ - TOP10 @ 7PM

TOP10 @ 7PM

সন্ধ্যা 7 বজাৰ 10 টা শীৰ্ষ খৱৰ
সন্ধ্যা 7 বজাৰ 10 টা শীৰ্ষ খৱৰ
author img

By

Published : Sep 8, 2020, 7:31 PM IST

ওপজাদিনত সুধাকণ্ঠক ৰাজ্যজুৰি স্মৰণ

কোভিড-19 ৰ ভয়াৱহতাৰ মাজতেই ৰাজ্যজুৰি অনুষ্টুপিয়াকৈ পালন কৰা হৈছে সুধাকণ্ঠৰ জন্মদিন ৷ গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন হৈছে শিল্পীগৰাকীৰ জন্মদিন ৷

ব্য়তিক্ৰমী ৰূপত উদযাপন হ'ল সুধাকণ্ঠৰ জন্মদিন

ক'ভিড-19 ৰ ভয়াৱহতাৰ মাজতো আজিৰ এই বিশেষ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ হলেও পালন কৰা হৈছে ৷ ৰঙিয়াৰ এগৰাকী অনুৰাগীয়ে নিজ বাসগৃহতেই ব্যতিক্ৰমী প্ৰচেষ্টাৰে পালন কৰিলে সুধাকণ্ঠৰ জন্মদিন ৷

গ্ৰেপ্তাৰ হ'ল ৰিয়া চক্ৰৱৰ্তী !

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুয়ে 85 দিন অতিক্ৰম কৰিছে ৷ এই ঘটনাৰ তদন্তক কেন্দ্ৰ কৰি মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষীৰ মাজত সংঘাতো পৰিলক্ষিত হৈছিল ৷

নামঘৰ উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত লখিমপুৰ

লখিমপুৰৰ পদুমণিত নামঘৰ উচ্ছেদক কেন্দ্ৰ কৰি সাব্যস্ত তীব্ৰ প্ৰতিবাদ । স্থানীয় ৰাইজে স্থাপন কৰা এক নামঘৰ বন বিভাগে উচ্ছেদ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক সাক্ষাৎ আছু নেতৃত্বৰ

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথৰ নেতৃত্বত আছুৰ এটি দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক সাক্ষাৎ কৰি কেইবাটাও বিষয়ত আলোচনাত মিলিত হয় ৷

অন্ত পৰিল ১০৪ দিনীয়া উৎকণ্ঠাৰ, নুমাল বাঘজানৰ জুই !

অইল কৰ্তৃপক্ষই মঙলবাৰে বাঘজানৰ এই জুই এক পদ্ধতিৰে নুমুৱাবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে যদিও স্থানীয় ৰাইজে এই কথা মানি লোৱা নাই । কাৰন মুল খাদৰ জুই নুমুৱাবলৈ গৈ অইলে আন দুই ঠাইৰে গেছ নিৰ্গমন কৰাবলৈ বাধ্য হৈছে ।

শুৰপোকৰ আক্ৰমণত নষ্ট বিঘাই বিঘাই সেউজীয়া কৃষিভূমি

বাৰিষাৰ অন্ত পৰাৰ লগে লগেই ৰাজ্যত আৰম্ভ হৈছে শুৰপোকৰ আক্ৰমণ ৷ উজনি অসমৰ শিৱসাগৰ জিলাত এতিয়া শুৰপোকৰ আক্ৰমণত নষ্ট হৈছে বিঘাই বিঘাই কৃষিভূমি ৷

55 বছৰৰ মুৰত ফেৰীঘাট মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

সুদীৰ্ঘ 55 বছৰৰ মুৰত পুনৰ মুকলি ফেৰী ঘাট । যোৰহাটত এই ঘাট মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ককিলামুখ আৰু কাৰ্তিক চাপৰিৰ মাজত চলিব এই নতুন ফেৰী সেৱা ৷ উক্ত উদ্বোধনী অনুষ্ঠানত অঞ্চলবাসীৰ সৈতে উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং ৷

সৰ্বানন্দ সোণোৱাল চৰকাৰে চুঙাত চাউল নিদিয়ে পাল্লাত দিয়ে: পৰিমল শুক্লবৈদ্য

ধেমাজি জিলাৰ চিমেন চাপৰিত সাহিত্য মনীষী উপবন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰে চুঙাত চাউল নিদিয়ে পাল্লাত দিয়ে বুলি কৌশলগতভাৱে নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে ভাষণ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে৷

যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ উদ্বোধন কৰি মূখ্যমন্ত্রীগৰাকীয়ে কয় যে, "ভূপেন দাই আমাৰ সমাজলৈ আগবঢ়োৱা অৱদান অনস্বীকার্য, সেয়ে যুগে যুগে ভূপেন হাজৰিকা স্মৰণীয় হৈ থাকিব ৷"

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.