ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Jan 23, 2022, 3:01 PM IST

দিনটোৰ শীৰ্ষ দহটা বাতৰি

top-ten-news-at-3-pm
বিয়লি তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

ক’ভিডত আক্ৰান্ত হৈছে ছাত্ৰ নেতা কীৰ্তিকমল বৰা

সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে নগাঁও আৰক্ষীৰ গুলীত আহত হোৱা নিৰীহ ছাত্ৰ নেতা কীৰ্তিকমল বৰা ৷ ক’ভিডত আক্ৰান্ত হৈছে ছাত্ৰ নেতাগৰাকী (Kirti kamal Bora tested covid positive) ৷

যোৰহাটত অইলৰ পাইপত অগ্নিকাণ্ড

যোৰহাটৰ অইলৰ পাইপত সংঘটিত হৈছে অগ্নিকাণ্ড (Massive Fire in oil pipe in Jorhat) ৷ যোৰহাটৰ উজনি টীম তিমিয়াৰ চৰ্দাৰ আলিৰ সমীপৰ পথাৰত ONGC ৰ তেল পৰিবাহী পাইপলাইনৰ পৰা সূত্ৰপাত ঘটিছে জুইৰ ৷ অগ্নিকাণ্ডটোৰ ফলত নিমিষতে ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল ৷

Student Leader Shot by Police : আনন্দ মিশ্ৰৰ পদত্যাগ দাবী বিধায়ক অখিল গগৈৰ

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ পদত্যাগ দাবী বিধায়ক অখিল গগৈৰ ৷ একমাত্ৰ তালাচীৰ নামত নগাঁও আৰক্ষী শনিবাৰে নিশা গুলীয়াই আহত কৰিছিল কীৰ্তিকমল বৰা নামৰ ছাত্ৰ নেতাগৰাকীক (Student leader shot by police in Nagaon) ৷ তাৰ পৰিপ্ৰেক্ষিততে বিধায়ক গৰাকী সৰৱ হৈ পৰে ৷

Beltala Murder Case : বেলতলা হত্যাকাণ্ডৰ অভিযোগনামা দাখিল আৰক্ষীৰ

বিগত অক্টোবৰ মাহত সংঘটিত বেলতলা চাৰ্ভেৰ চন্দন নগৰৰ বৰুৱা দম্পতী হত্যাকাণ্ডৰ প্ৰায় চাৰি পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে দিছপুৰ আৰক্ষীয়ে (Dispur police filed charge sheet on Beltala Murder Case) ৷ এই অভিযোগনামাত লোমহৰ্ষক হত্যাকাণ্ডটোৰ (Beltala Murder Case) কেবাটাও দিশ উল্লেখ কৰিছে আৰক্ষীয়ে ৷

ফোন টেপিং কংগ্ৰেছৰ সংস্কৃতি : বিধায়ক জয়ন্ত মল্ল বৰুৱা

ফোন টেপিং সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য়ৰ বিপৰীতে সৰৱ হৈ পৰিল নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা (MLA Jayanta Malla Baruah react on phone tapping issue) ৷ নলবাৰী চহৰস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ICU কক্ষৰ উদ্বোধন (ICU beds inaugurated at Swahid Mukunda Kakati Civil Hospital) কৰাৰ পাচতেই ফোন টেপিঙৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷

কাৰ্বি আংলঙত বৃহৎ পৰিমানৰ বিস্ফোৰকসহ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলঙৰ ডিফুত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ অস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী (Weapons including explosives recovered) ৷ কাৰ্বি পাহাৰ আৰক্ষীৰ তৎপৰতাৰ বাবে এক ভয়ঙ্কৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল কাৰ্বি আংলং ৷ দুই পাৰ্বত্য জিলাৰ ছটাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তিচুক্তিৰ জৰিয়তে মূল সূঁতিলৈ ঘূৰি অহাৰ সময়তে পুণৰ এই বৃহৎ পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

125th birth anniversary of Netaji : স্বাধীনতা সংগ্ৰামী নেতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী (Birth anniversary of Netaji Subhas Chandra Bose) । প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে পৰাক্ৰম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেকো স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

Covid 19 update in India : দেশত কৰ’ণা আক্ৰান্তৰ সংখ্যা সামান্য হ্ৰাস

বিগত 24 ঘণ্টাত দেশত কৰ’ণাত আক্ৰান্ত হৈছে 78,840 গৰাকী লোক (New covid cases in India) ৷ শনিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য (Covid 19 update in India) ৷

স্বেতা তিৱাৰীৰ দুহিতা আৰু ছইফ আলী খানৰ পুত্ৰৰ ভাইৰেল ভিডিঅ'ক লৈ চৰ্চা

টেলিভিছন তাৰকা স্বেতা তিৱাৰীৰ জীয়ৰী পলক তীৱাৰী আৰু চৈফ আলী খানৰ পুত্ৰ ইব্ৰাহীমে এতিয়া পাৰ কৰিছে বহু মধুৰ সময় ৷ শুকুৰবাৰে ইব্ৰাহীমৰ সৈতে পলকক দেখা গ’ল ড্ৰাইভ কৰি ঘূৰি ফুৰাৰ অৱস্থাত ৷ পিছে Paparazzi ৰ মুখামুখী হৈ দেখি মুখ ঢাকিলে পলকে (Palak Tiwari hides face on getting papped with Ibrahim Ali Khan) ৷

Covid 19 Update in Assam : কামৰূপ(ম) ত বৃদ্ধি হৈয়ে আছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা

ৰাজ্যত হ্ৰাস পোৱা নাই কৰ’ণাত আক্ৰান্তৰ সংখ্যা (Corona Cases increase day by day in Assam) ৷ বিগত 24 ঘণ্টাত অসমত নতুনকৈ 5580 গৰাকী লোক কৰ’ণাত আক্ৰান্ত (5580 people newly tested Covid positive in Assam) হৈছে ৷ আক্ৰান্তসকলৰ অধিকাংশই কৰ’ণাৰ তৃতীয় প্ৰবাহ অ’মিক্ৰণৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ধাৰণা কৰা হৈছে ৷ সৰ্বমুঠ আক্ৰান্তৰ হাৰ হৈছে 12.16 শতাংশ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.