ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Dec 21, 2020, 10:57 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 AM TOP TEN NEWS
পুৱা 11 বজাৰ শীৰ্ষ দহটা বাতৰি

নেপালৰ সংসদ ভংগৰ প্ৰস্তাৱক অনুমোদন ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেওবাৰে পুৱাই নেপালৰ সংসদ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ তেওঁ কেবিনেটৰ বৈঠকৰ আয়োজন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভাৰত আৰু ভিয়েটনামৰ আজি অনুষ্ঠিত হ'ব ভাৰ্চুৱেল সন্মিলন

ভাৰত আৰু ভিয়েটনামে তেওঁলোকৰ সম্পৰ্কক ২০১৬ চনত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিছিল আৰু প্ৰতিৰক্ষা সহযোগিতা দ্বিপাক্ষিক ক্ষেত্ৰত দ্ৰুত সম্প্ৰসাৰিত হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছিল ।

বিশ্বকবিৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো : টিএমচিৰ প্ৰতিবাদ

বিশ্বকবিৰ ফটোৰ ওপৰত অমিত শ্বাহৰ ফটো সংলগ্ন কৰি হৰ্ডিং লগোৱাৰ বিৰোধিতা তৃণমূল কংগ্ৰেছৰ ৷ দেওবাৰে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাসগৃহৰ বাহিৰত তৃণমূল কংগ্ৰেছ কৰ্মীৰ দিনজোৰা অৱস্থান ধৰ্মঘট ৷ হৰ্ডিং লগোৱাক লৈ বিজেপিৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগক অস্বীকাৰ বিজেপি নেতা তথা মন্ত্ৰী প্ৰতাপ বেনাৰ্জিৰ ৷

কৰিমগঞ্জৰ বিস্কুট বেকাৰী কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

কৰিমগঞ্জৰ শ্ৰীগৌৰীত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ এটা বিস্কুট বেকাৰী কাৰখানাত সংঘটিত এই অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

অতি শীঘ্ৰে কৃষিমন্ত্ৰী টোমৰে প্ৰতিবাদী কৃষকক লগ কৰাৰ সম্ভাৱনা আছেঃঅমিত শ্বাহ

নতুন কৃষি আইন বাতিলৰ দাবীৰে ৰাষ্ট্ৰৰ ৰাজধানীৰ সীমাত অৱস্থান কৰি প্ৰতিবাদত বহা কৃষকসকলক কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰে লগ কৰাৰ সম্ভাৱনা ৷ দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই কথা সদৰী কৰে ৷ শ্বাহে কয় যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে দুই এদিনৰ ভিতৰতে প্ৰতিবাদী কৃষক সংগঠনসমূহক লগ কৰাৰ সম্ভাৱনা আছে ৷

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাঃকথামপি প্ৰাণ ৰক্ষা 4লোকৰ

নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজতে বাগৰিল চাৰিচকীয়া বাহন ৷ নগাঁৱৰ বৰঘাট বাইপাছত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷ দুৰ্ঘটনা পতিত হোৱাৰ পাছত কথামপি প্ৰাণ ৰক্ষা চাৰিজনীয়া পৰিয়ালৰ ৷

ক'ৰণা ভাইৰাছৰ নতুন লক্ষণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকৰ আহ্বান স্বাস্থ্য মন্ত্ৰণালয়ৰ

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে শনিবাৰে নতুন ক'ৰণা ভাইৰাছৰ প্ৰভাৱৰ বহু সহজে সংক্ৰমিত হয় বুলি উল্লেখ কৰিছিল। বৰিছ জনছনে নতুন ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে শনিবাৰে লণ্ডন আৰু পূৱ ইংলেণ্ডত সকলোকে "ঘৰত থকাৰ" বাবে নিৰ্দেশনা জাৰি কৰে ।

ডঃভূপেন হাজৰিকা ফুটবল প্ৰতিযোগিতাঃ বিজয়ী খোৱাং চাহবাগিচা ফুটবল ক্লাব

দেওবাৰে খোৱাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হয় ডঃভূপেন হাজৰিকা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল ৷ তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত খোৱাং চাহ বাগিচা ফুটবল ক্লাবে লেপেটকটা চাহবাগিচা ফুটবল ক্লাবক 2-1 গ'লত পৰাস্ত কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে ৷

পুত্ৰ টাইমুৰৰ চাৰি বছৰীয়া জন্মদিন পালন কৰিলে চেইফ আৰু কৰীণাই

চাৰি বছৰত ভৰি দিলে চেইফ আৰু কৰীণাৰ একমাত্ৰ পুত্ৰ টাইমুৰ আলি খানে ৷ পুত্ৰৰ জন্মদিন নিজ বাসগৃহতে পালন কৰিলে চেইফ আৰু কৰীণাই ৷ টাইমুৰৰ জন্মদিন উপলক্ষে কৰীণাৰ বাসগৃহত উপস্থিত কৰিশ্মা কাপুৰ,পিতৃ ৰণধীৰ কাপুৰৰ লগতে পৰিয়ালবৰ্গ ৷

তিনিচুকীয়াত আটক ছয় দুধৰ্ষ ডকাইত

আটকাধীন ডকাইত কেইটাক সোমবাৰে আদালতত হাজিৰ কৰি ডুমডুমা আৰক্ষীয়ে অধিক জেৰাৰ বাবে নিজৰ জিম্মাত বিচাৰিব বুলি সদৰি কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.