ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

author img

By

Published : Jun 16, 2020, 11:08 AM IST

পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 11 AM
পুৱা 11 বজাৰ শীৰ্ষ 10 বাতৰি

ৰাম মন্দিৰৰ 'ভূমি পূজন'ৰ প্রস্তুতিৰ পর্যালোচনা কৰিব মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে

কোভিড -১৯ সংকটৰ কাৰণে প্ৰধানমন্ত্ৰীয়েঅনুষ্ঠানত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰাৰ পৰিবৰ্তে ভিডিঅ' লিঙ্কেৰ মাধ্যমত উপস্থিত থকাৰহে কথা বিশেষ সূত্ৰে জানিব পৰা হৈছে ।

ইছলামাবাদত দুই ভাৰতীয় কূটনীতিকক আটক !

ইছলামাবাদস্থিত ভাৰতীয় দূতাবাসত কৰ্মৰত দুগৰাকীকৈ চিআএছএফৰ বিষয়াক আটক ইছলামাবাদ আৰক্ষীৰ । এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে এগৰাকী চালকসহ কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ বিষয়া দুজনক ইছলামাবাদত আটক কৰিলে আৰক্ষীয়ে ।

নেপালৰ লগত আলোচনাৰ মাধ্যমেৰে ভুল বুজাবুজিৰ অৱসান ঘটোৱাত বিশ্বাসী চৰকাৰ- ৰাজনাথ সিং

নেপালৰ সংসদত শনিবাৰে সীমান্তৰ তিনিটা ৰণনৈতিক অঞ্চলক দাবী কৰি সৰ্বসম্মতভাবে দেশখনৰ নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰস্তুত কৰাৰ বাবে সংবিধান সংশোধনৰ কাৰণে ভোটদান হৈছিল ।

জম্মু-কাশ্মীৰত পুনৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘা

জম্মু-কাশ্মীৰৰ তংগাধৰ চেক্টৰত মঙলবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানী সেনাই । তংগাধৰ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত গুলিবৰ্ষন কৰে পাক সেনাই ।

ছোপিয়ানত এনকাউন্টাৰত নিহত তিনি সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাৰ তুৰ্কৱাংগাম অঞ্চলত মঙলবাৰে পুৱা ভাৰতীয় সেনা, আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এনকাউন্টাৰত নিহত হৈছে তিনিজনকৈ সন্ত্ৰাসবাদী ৷

তেলেংগানাত COVID-19 ত আক্ৰান্ত টিআৰএছৰ তিনিজনকৈ বিধায়ক

তেলেংগানাৰ তিনিজনকৈ বিধায়ক আক্ৰান্ত মহামাৰী COVID-19 ত । COVID-19 ত আক্ৰান্ত আটাইকেইজন বিধায়ক তেলেংগানাৰ শক্তিশালী ৰাজনৈতিক দল ৰাষ্ট্ৰ সমিতি তথা টিআৰএছৰ বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।

পশ্চিমবংগত ভয়াৱহ ভাৱে বৃদ্ধি কোভিড-19 ত আক্ৰান্তৰ সংখ্যা

সোমবাৰে দিনটোত ৰাজ্যখনত নতুনকৈ 407 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে ৰাজ্যখনত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা হয়গৈ 11 হাজাৰ 494 গৰাকী ৷

কৰ'ণা ৰোগী সকলৰ মানসিক অৱসাদ দূৰ কৰাৰ বাবে অমিত শ্বাহৰ পৰামৰ্শ

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কৰ'ণা ভাইৰাছৰ সৈতে চলা এই যুঁজৰ পৰিস্থিতিৰ বুজ লবলৈ সকলো ৰাজনৈতিক দলৰ সৈতে সৰ্বদলীয় বৈঠকত মিলিত হোৱাৰ পাছত দিল্লীৰ লোক নায়ক জয় প্ৰকাশ হাস্পতালত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

মতানৈক্য এৰি সকলো দলকে একগোট হৈ কৰ'ণাৰে যুঁজাৰ আহ্বান অমিত শ্বাহৰ

মহামাৰী কৰ'ণাৰ এই সংকটকালত দলীয় মতানৈক্য এৰি সকলো ৰাজনৈতিক দলে এতিয়া হাতত হাত ধৰি আগবঢ়া উচিত । সোমবাৰে আয়োজিত এখন সৰ্বদলীয় সভাত এই আহ্বান জনালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ।

উত্তৰ প্ৰদেশৰ মূৰাদাবাদত শ্বাসৰুদ্ধ হৈ মৃত্যু 2 শিশুৰ

খেলি থকাৰ মাজতে অসাৱধানতা বশত এখন গাড়ীত আৱদ্ধ হৈ অচেতন হৈ পৰে 4 ৰ পৰা 7 বছৰ বয়সৰ 4 টাকৈ শিশু ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.